Public App Logo
BREAKING NEWS "মই দুখীয়া মানুহ, টকা-পইচাৰে সহায় কৰিব নোৱাৰোঁ। এতিয়া মানুহৰ খাদ্যৰ অভাৱ নাই, থকাৰ অসুবিধা হৈছে। মই শ্রমিক লৈ আহিছো।' শিৱসাগৰত ১০০ খন ঘৰ মেৰামতিৰ দায়িত্ব লৈ এই মন্তব্য শুকুৰ আলীৰ - Barpeta News