Public App Logo
ইউটিউবাৰ "Triggered Insaan"এ অসমৰ বাবে আগবঢ়ালে বান সাহায্য লাইভষ্ট্ৰীমৰ জৰিয়তে ৭০ লাখ টকা সংগ্রহ কৰিলে ইউটিবাৰগৰাকীয়ে "Triggered Insaan" আৰু তেওঁৰ ভাতৃ অভিষেকে নিজাববীয়াকৈ ১০ লাখ টকা বান সাহায্যৰ বাবে আগবঢ়ায় - Barpeta News