মুখ্যমন্ত্ৰীক হ*ত্যাৰ ভাবুকি দিয়া ঘটনা সন্দৰ্ভত আৰু তিনিজনক আটক
আব্দুল মোতালেবৰ পিতৃ আব্দুল খালেক, জ্যেষ্ঠ ভাতৃ আবু তালেবক আটক
ৰাছিদুল ইছলাম নামৰ আন এজন যুৱককো আটক
বৰালিমাৰিৰ পৰা সোধা-পোছাৰ বাবে আটক তিনিওকে
পূৰ্বে আব্দুল মোতালেবক গ্ৰেপ্তাৰ কৰিছিল মৰিগাঁও আৰক্ষীয়ে
মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত হ*ত্যাৰ ভাবুকি দিছিল আব্দুল মোতালেবে
১ কোটি টকা দিলেই মুখ্যমন্ত্ৰীক হ*ত্যা কৰাৰ ভাবুকি দিছিল