Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
No video available

কমলপুৰ: গণকৱাৰৰ পৰা মহাজনপাৰা সংযোগী পথত দলং মেৰামতিৰ পদক্ষেপ গ্ৰহণ কৰাত শনিবাৰে বিধায়ক দিগন্ত কলিতাক কৃতজ্ঞতা জ্ঞাপন ৰাইজৰ

Kamalpur, Kamrup | Apr 6, 2024
কমলপুৰৰ গণকৱাৰৰ পৰা মহাজনপাৰা সংযোগী পথত দলং মেৰামতিৰ পদক্ষেপ গ্ৰহণ কৰাত শনিবাৰে দিনৰ ভাগত বিধায়ক দিগন্ত কলিতাক কৃতজ্ঞতা জনাই স্থানীয় ৰাইজে ।অঞ্চলবাসী ৰাইজৰ যাতায়তৰ অন্যতম গুৰুত্বপূৰ্ণ পথটোত থকা দলংখন মেৰামতিৰ বাবে স্থানীয় ৰাইজে জনোৱা অনুৰোধৰ প্ৰতি সহাৰি দি মেৰামতিৰ পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰী কৰে গঞা ৰাইজে ।
কমলপুৰ: গণকৱাৰৰ পৰা মহাজনপাৰা সংযোগী পথত দলং মেৰামতিৰ পদক্ষেপ গ্ৰহণ কৰাত শনিবাৰে বিধায়ক দিগন্ত কলিতাক কৃতজ্ঞতা জ্ঞাপন ৰাইজৰ - Kamalpur News