'মমতাজ বেগমৰ সৈতে সদাই কথা পাতে পুত্ৰই। মমতাজ বেগম কেনেকৈ, ক'ত আছে, সকলো জানে পুত্ৰই। কংগ্ৰেছ, AIUDFয়ে মমতাজ বেগমক লৈ কেৱল ৰাজনীতি কৰিছে'। মমতাজ আৰু মমতাজৰ পুত্ৰ মমৰুজ আলীক লৈ স্পষ্টীকৰণ মুখ্য়মন্ত্ৰীৰ। সুৰক্ষিত আছে মমতাজ বেগম, আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে।
#Guwahatitimes #News #Graphiccontent #Guwahatitimesmedia
Assam, India | Oct 3, 2026