Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
No video available

সোৱণশিৰি ভাগ: ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ঢকুৱাখনা জিলা মইনা পাৰিজাতৰ দ্বি-বাৰ্ষিক শিশু সমাৰোহ সম্পন্ন

ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ঢকুৱাখনা জিলা মইনা পাৰিজাতৰ দ্বি-বাৰ্ষিক শিশু সমাৰোহ সম্পন্ন। ঘিলামৰা আঞ্চলিক মইনা পাৰিজাতৰ আতিথ্যত পূৱালী আৰু প্ৰগতি মইনা পাৰিজাতৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। প্ৰথম আৰু দ্বিতীয় দিনা মৌ-মেল,গছ পুলি ৰোপণ, স্মৃতি গ্ৰন্থ উন্মোচন আদিকে ধৰি উল্লেখযোগ্য কাৰ্যসূচী ৰূপায়ন কৰা হয়।