Public App Logo
বানপীড়িত ৰাইজৰ কাষত থিয় হ'বলৈ অহা ৭ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে আমি শ্ৰমদান কাৰ্যসূচী হাতত লৈছো। 🤝❤️ আপুনিও যদি এই মানবীয় অভিযানত অংশগ্ৰহণ কৰিব বিচাৰে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰক। 📞 যোগাযোগ: ৯১০১৪৪১৯২৭ #highlightseveryone#viralreels #viralpost Rituraj Duwarah - Biswanath News