Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

বৰমা ভাগ: বৰপেটা জিলাত ৰেচন কাৰ্ড হিতাধিকাৰীক আটা বা গম দিয়া হোৱা নাই বুলি বিধানসভাত প্ৰশ্ন কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে

India | Nov 26, 2025
অসম বিধানসভাত সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বৰপেটা জিলাত ইমানদিনে ৰেচন কাৰ্ড হিতাধিকাৰীক আটা বা গম দিয়া হোৱা নাই কিয় বুলি প্ৰশ্ন কৰে ৷ বিধায়ক গৰাকীয়ে কয় যে যোৱা বিধান সভাত এই বিষয়ে প্ৰশ্ন উত্থাপন হোৱাৰ পিছত দুমাহ মান আটাৰ যোগান ধৰা হৈছিল যদিও বৰ্তমান পুনৰ আটা দিয়া বন্ধ হৈছে ৷ বহু হিতাধিকাৰীয়ে ৰেচন কাৰ্ডত আটা বিচাৰে যদিও আটা নাপায় ৷

MORE NEWS

গুৱাহাটী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোক সেৱা ভৱনত উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডৰ প্ৰস্তাবক লৈ বৈঠক অনুস্থিত কৰে

গুৱাহাটী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোক সেৱা ভৱনত উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডৰ প্ৰস্তাবক লৈ বৈঠক অনুস্থিত কৰে

Guwahati, Kamrup Metropolitan | Aug 16, 2026

BREAKING শিৱসাগৰত বিজেপিৰ সংবাদ মেল

শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন জিলা বিজেপিৰ সভাপতি বিতুপন ৰাইদঙীয়াৰ।

🔴 বান পৰিস্থিতিত ৰাইজৰ সহযোগিতাক প্ৰশংসা বিতুপন ৰাইদঙীয়াৰ।

🔴 বানৰ সময়ত সাংবাদিকসকলে আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন।

🔴 বান সাহায্যৰ নামত গোপন ৰাজনৈতিক অভিসন্ধিৰ অভিযোগ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে।

🔴 ₹৫০০ৰ বিনিময়ত বিপদত পৰা মহিলাক ভৰি ধৰাবলৈ বাধ্য কৰাৰ অভিযোগক লৈ আজমলক তীব্ৰ সমালোচনা।

🔴 বান সাহায্যৰ নামত শিৱসাগৰত ৰাজনীতি নকৰিবলৈ আজমলক সকিয়নি।

🔴 উজনি অসমক অপসংস্কৃতি আৰু বহিৰাগতৰ চৰণীয়া পথাৰ নকৰিবলৈ কঠোৰ সকিয়নি।

🔴 “আজমলৰ এনে প্ৰয়াস কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব” — বিতুপন ৰাইদঙীয়া।

🔴 শিৱসাগৰলৈ ইয়াতকৈ অধিক আগবাঢ়ি নাহিবলৈ আজমলক কঠোৰ সকিয়নি বিজেপি সভাপতিগৰাকীৰ।

#highlight #everyonefollowers #followerseveryone #nonfollowers #BJPNEWS

BREAKING শিৱসাগৰত বিজেপিৰ সংবাদ মেল শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন জিলা বিজেপিৰ সভাপতি বিতুপন ৰাইদঙীয়াৰ। 🔴 বান পৰিস্থিতিত ৰাইজৰ সহযোগিতাক প্ৰশংসা বিতুপন ৰাইদঙীয়াৰ। 🔴 বানৰ সময়ত সাংবাদিকসকলে আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন। 🔴 বান সাহায্যৰ নামত গোপন ৰাজনৈতিক অভিসন্ধিৰ অভিযোগ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। 🔴 ₹৫০০ৰ বিনিময়ত বিপদত পৰা মহিলাক ভৰি ধৰাবলৈ বাধ্য কৰাৰ অভিযোগক লৈ আজমলক তীব্ৰ সমালোচনা। 🔴 বান সাহায্যৰ নামত শিৱসাগৰত ৰাজনীতি নকৰিবলৈ আজমলক সকিয়নি। 🔴 উজনি অসমক অপসংস্কৃতি আৰু বহিৰাগতৰ চৰণীয়া পথাৰ নকৰিবলৈ কঠোৰ সকিয়নি। 🔴 “আজমলৰ এনে প্ৰয়াস কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব” — বিতুপন ৰাইদঙীয়া। 🔴 শিৱসাগৰলৈ ইয়াতকৈ অধিক আগবাঢ়ি নাহিবলৈ আজমলক কঠোৰ সকিয়নি বিজেপি সভাপতিগৰাকীৰ। #highlight #everyonefollowers #followerseveryone #nonfollowers #BJPNEWS

Sibsagar, Sivasagar | Aug 16, 2026