Public App Logo
নতুন ই-ৰিক্সা ক্ৰয় কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ, ৰাষ্ট্ৰীয় ঘাইপথত চলাব পৰাকৈ পাৰ্মিট থকা আৰ্জু EV LMV three wheeler বাহন উপলব্ধ এতিয়া বগীনদীত। বগীনদীৰ ভূঞা কমপ্লেক্সত মুকলি হোৱা মিহান এন্টাৰপ্ৰাইজ ডিলাৰত উপলব্ধ এই EV LMV three wheeler , মিহান এন্টাৰপ্ৰাইজ ডিলাৰৰ যোগাযোগ নম্বৰ হৈছে 8453862713,6002050346 , - North Lakhimpur News