Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
No video available

সোৱণশিৰি ভাগ: আগন্তুক নিৰ্বাচন পূৰ্বে ঘিলামৰা বৰদৈ বাগান তিনি আলিৰ পৰা গৰৈমাৰি সংযোগী পথ দলং নিৰ্মান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ।

আগন্তুক নিৰ্বাচন পূৰ্বে ঘিলামৰা বৰদৈ বাগান তিনি আলিৰ পৰা গৰৈমাৰি সংযোগী পথ দলং নিৰ্মান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ বৰদৈ বাসী ৰাইজৰ। সোমবাৰে দিনৰ প্ৰায় দুই মান বজাত ঘিলামৰা বৰদৈ বাগান তিনি আলিৰ ৰাইজৰ ক্ষোভ প্ৰকাশ। আগন্তুক নিৰ্বাচন পূৰ্বে বৰদৈ বাগান তিনি আলিৰ পৰা গৰৈমাৰি সংযোগী পথ দলং নিৰ্মান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান ৰাইজৰ। এই সকল ৰাইজৰ সমস্যা সমাধান নকৰিলে আগন্তুক নিৰ্বাচন অঞ্চলটো ৰাইজে ভোট বৰ্জন কৰিম বুলি এনেদৰে মন্তব্য আগবঢ়ায়।