Public App Logo
'মন্ত্ৰী বিমল বৰা সৰু সৰু মানুহ, মই মুখ্যমন্ত্ৰীৰ লগতহে কথা পাতিম। মই বাঘ, মেকুৰীৰ ওচৰলৈ নাযাও। মই নাম ল'লেই HERO হৈ যাব বিমল বৰা'। স্বাধীনতা দিৱসত মন্ত্ৰী বিমল বৰাই আজমলক কৰা সমালোচনাক লৈ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ। - Assam News