Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

গুৱাহাটী: মহানগৰীৰ ভেটাপাৰাত বন বিভাগৰ বৃহৎ অভিযান, জব্দ বাঘৰ ছাল, হৰিণাৰ শিং, গড়ৰ খড়্গ,কেইবা কোটি টকা

শনিবাৰে মহানগৰীৰ ভেটাপাৰাত বন বিভাগৰ বৃহৎ অভিযান। জব্দ বাঘৰ ছাল হৰিণাৰ শিং, গড়ৰ খড়্গ।এটা ব্যক্তিগত দুৰ্গা মন্দিৰত এই অভিযান।আনন্দ ৰাম ডেকা নামৰ লোকজনৰ মন্দিৰত অভিযান বন বিভাগৰ। লগতে জব্দ কেইবা কোটি টকা।
গুৱাহাটী: মহানগৰীৰ ভেটাপাৰাত বন বিভাগৰ বৃহৎ অভিযান, জব্দ বাঘৰ ছাল, হৰিণাৰ শিং, গড়ৰ খড়্গ,কেইবা কোটি টকা - Guwahati News