Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

বৰমা ভাগ: বৰপেটাৰোডৰ ফৰেষ্ট কলনীৰ তপবনত ঘৰত কোনো নথকাৰ সুযোগত চোৰে চুৰি কৰিলে ১৫লক্ষাধিক টকাৰ মূল্যবান সামগ্ৰী, থানাত এজাহাৰ দাখিল

India | Nov 23, 2025
বৰপেটাৰোডৰ ফৰেষ্ট কলনীৰ তপবনত চুৰি কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাট। ঘৰ বন্ধ কৰি গুৱাহাটীৰ বিয়া খাবলৈ গৈছিল ৷ বৰপেটাৰোডৰ ফৰেষ্ট কলনীৰ তপবনৰ প্ৰয়াত ডাঃ প্ৰবীণ চন্দ্ৰ বায়নৰ ঘৰত সংঘটিত হয় এই ঘটনা। ঘৰত কোনেও নথকা অৱস্থাতেই সাতটাকৈ গদৰেজৰ তলা ভাগি চোৰে লুটি নিলে ১৫ লক্ষাধিক টকাৰ মূল্যবান সামগ্ৰী। জানিব দিয়া অনুসৰি পৰিয়ালৰ আটাইকেইগৰাকীয়ে ঘৰ তলা মাৰি গুৱাহাটীত বিয়াখবলৈ গৈছিল। আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ ৷