Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

বাক্সা: বাক্সা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিটিআৰৰ প্ৰাক্তন ইএম গৌতম দাসৰ মৃত্যু অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

Baska, Baksa | Nov 20, 2025
বাক্সা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক তথা বিটিআৰৰ প্ৰাক্তন ইএম গৌতম দাসৰ পূজনীয় পিতৃ মধুসূদন দাসৰ আজি কিছুদিন পূৰ্বে পৰলোকপ্ৰাপ্তি ঘটে । আজি তেওঁ‌লোকৰ বাসভৱনত উপস্থিত হৈ প্ৰয়াত দাসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জনাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।

MORE NEWS

বাক্সা: বাক্সা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিটিআৰৰ প্ৰাক্তন ইএম গৌতম দাসৰ মৃত্যু অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস - Baska News