Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

বৰপেটা: শিক্ষা বিভাগৰ বিদ্যালয়সমূহৰ উন্নীতকৰণৰ বিষয়ে বিধানসভাত প্ৰশ্ন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে

Barpeta, Barpeta | Nov 27, 2025
অসম বিধানসভাত শিক্ষা বিভাগৰ বিদ্যালয়সমূহৰ উন্নীতকৰণৰ বিষয়ে বিভাগীয় মন্ত্ৰী প্ৰশ্ন কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিধান সভাত কয় যে শিক্ষা মন্ত্ৰীয়ে জনোৱা অনুসৰি ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নিতি কৰণ কৰা হৈছে ৷ কিন্ত সেই বিদ্যালয় সমুহত পৰ্যাপ্ত শিক্ষকৰ অভাৱ ৷ কেতিয়ালৈ শিক্ষা বিভাগে সেই অভাৱ পুৰন কৰিব বিভাগীয় মন্ত্ৰীক প্ৰশ্ন কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে

MORE NEWS