শ্ৰীভূমিৰ পাঠাৰকান্দিৰ ১৭ মহীয়া গাৰ্ভিত কেওটে Spinal Muscular Atrophy (SMA) Type 1 নামৰ বিৰল জেনেটিক ৰোগৰ সৈতে যুঁজি আছে। বৰ্তমান দিল্লীৰ AIIMSত গাৰ্ভিতৰ চিকিৎসা চলি আছে।
গাৰ্ভিতৰ পৰিয়ালে প্ৰয়োজনীয় চিকিৎসাৰ বাবে সময়ৰ সৈতে কঠিন যুঁজ অব্যাহত ৰাখিছে। এই সংকটৰ সময়ত হুছেইন মনছুৰীৰ সহায়ত অনন্ত আম্বানীয়ে গাৰ্ভিতৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াইছে। এই সহায়ে গাৰ্ভিতৰ পৰিয়াললৈ কঢ়িয়াই আনিছে নতুন আশাৰ ৰেঙনি।
Assam, India | Oct 3, 2026