Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी

গোৰেশ্বৰ ভাগ: দূৰ্গোৎসৱৰ সপ্তমীৰ দিনা গোৰেশ্বৰ পূজাস্থলী সমূহত উপস্থিত হৈ মা দূৰ্গাৰ আশীষ ল'লে বিটিচিৰ নৱ নিৰ্বাচিত পাৰিষদে

Goreswar Part, Baksa | Sep 29, 2025
দূৰ্গোৎসৱৰ সপ্তমীৰ দিনা গোৰেশ্বৰ পূজাস্থলী সমূহত উপস্থিত হৈ সোমবাৰে বিয়লি প্ৰায় চাৰি মান বজাত মা দূৰ্গাৰ আশীষ ল'লে বিটিচিৰ নৱ-নিৰ্বাচিত পাৰিষদ মহেশ্বৰ বসুমতাৰীয়ে ।নিৰ্বাচনত বিপিএফ দলৰ বৃহৎ জয়ৰ পিছত উৎসাহী মহেশ্বৰ বসুমতাৰী ।গ্ৰাম্যাঞ্চলৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰি কাম কৰি যোৱাৰ সংকল্প নৱ-নিৰ্বাচিত পাৰিষদ গৰাকীৰ ।দলৰ জ্যেষ্ঠ নেতা হিচাপে EM পদ প্ৰত্যাশী মহেশ্বৰ বসুমতাৰীয়ে ।