বাক্সা: বিটিআৰত চলি থকা অবৈধ জুৱা খেল বন্ধ কৰাৰ দাবীত আজি তামুলপুৰ জিলা UPPL ৰ পৰা তামুলপুৰ জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান
Baska, Baksa | Nov 26, 2025 সমগ্ৰ বিটিআৰত চলি থকা অবৈধ জুৱা খেল বন্ধ কৰাৰ দাবীত আজি তামুলপুৰ জিলা UPPL ৰ পৰা তামুলপুৰ জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে৷