Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

হৰিচিঙা: ওদালগুৰি পুৰণি গৰৈবাৰী আৰু টাউন স্পৰ্টছ্‌ ক্লাৱে পৃথকে পৃথকে শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Harisinga, Udalguri | Sep 23, 2025
ওদালগুৰি পুৰণি গৰৈবাৰী আৰু টাউন স্পৰ্টছ্‌ ক্লাৱে পৃথকে পৃথকে শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।মঙলবাৰে সন্ধিয়া প্ৰায় সাত বাজি ৩০ মিনিটত মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।ওদালগুৰি পুৰণি গৰৈবাৰী আৰু টাউন স্পৰ্টছ্‌ ক্লাৱে পৃথকে পৃথকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে সুঁৱৰে সকলোৱে

MORE NEWS