Public App Logo
কথা মতেই কাম আজি হোজাই জিলাৰ বিধায়ক শিলাদিত দেৱে জোৰা পুখুৰী জিলা চিকিৎসালয়ত উপস্থিত হৈ মুকলি কৰে স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কেন্দ্ৰ লগতে চিকিৎসালয়ত বিভিন্ন সমস্যা বিষয়ে বুজ লয় - Hojai News