Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
No video available

কমলপুৰ: সাজেই দগাও প্ৰেক্ষাগৃহত ৰবিবাৰে নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰস্তুতিৰ বুজ লবলৈ উপস্থিত বিধায়ক দিগন্ত কলিতা

Kamalpur, Kamrup | Apr 7, 2024
সাজেই দগাও প্ৰেক্ষাগৃহত ৰবিবাৰে বিয়লি উপস্থিত হয় বিধায়ক দিগন্ত কলিতা ।অহা ১০ এপ্ৰিলত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত অনুষ্ঠিত হবলগা সভাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় বিধায়ক গৰাকী । স্থানীয় দলীয় নেতৃবৃন্দৰ সৈতে প্ৰস্তুতি সন্দৰ্ভত আলোচনাত মিলিত হয় বিধায়ক দিগন্ত কলিতাই ।
কমলপুৰ: সাজেই দগাও প্ৰেক্ষাগৃহত ৰবিবাৰে নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰস্তুতিৰ বুজ লবলৈ উপস্থিত বিধায়ক দিগন্ত কলিতা - Kamalpur News