Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

বৰপেটা: প্ৰয়াত আলেক উদ্দিনৰ কাৱৈমাৰীৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জনায় এআইইউডিএফৰ উপ সভাপতি মিনাক্ষী ৰহমানে

Barpeta, Barpeta | Nov 28, 2025
২৫ নং পাকা বেতবাৰী সমষ্টিৰ কাৱৈমাৰী ১০ নং ব্লকৰ এআইইউডিএফ দলৰ নিষ্ঠাবান কৰ্মী আলেক উদ্দিনৰ বৃহস্পতিবাৰে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মৃত আলেক উদ্দিনৰ কাৱৈমাৰী ১০ নং ব্লকৰ ঘৰত শুক্ৰবাৰে এআইইউডিএফ দলৰ কেন্দ্ৰীয় উপ সভাপতি মিনাক্ষী ৰহমান উপস্থিত হৈ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ ৰূহৰ মাগফিৰাত আৰু জান্নাতবাসীৰ কামনা কৰে।

MORE NEWS