Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
নলবাৰী: এলেঙ্গীদলস্থিত BJP মণ্ডল কাৰ্য্যলয়ত বাঁহজানী মণ্ডলৰ কাৰ্য্যকৰ্তাৰ বিশেষ সাংগঠনিক সভা - Nalbari News
nalbarinews
নলবাৰী: এলেঙ্গীদলস্থিত BJP মণ্ডল কাৰ্য্যলয়ত বাঁহজানী মণ্ডলৰ কাৰ্য্যকৰ্তাৰ বিশেষ সাংগঠনিক সভা
Nalbari, Nalbari
| Nov 28, 2025
ভাৰতীয় জনতা পাৰ্টি বাঁহজানী মণ্ডলৰ অন্তৰ্গত ৮ নং আৰু ৯ নং পঞ্চায়তৰ অন্তৰ্গত পৃষ্ঠাপ্ৰমুখ সমুহক লৈ আজিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়।
MORE NEWS
⭕নলবাৰী চহৰত Care First Multispeciality Dental Clinic মুকলি ⭕বিশিষ্ট দন্ত চিকিৎসক ডাঃ খবিৰ উদ্দিন আহমেদে মুকলি কৰে ক্লিনিকখন ⭕যুৱ দন্ত চিকিৎসক ডাঃ পাৰভেজ আমিনৰ নেতৃত্বত বাটা চ'কৰ সমীপত হুছেইন মাৰ্কেটৰ ইউক' বেংকৰ তলত মুকলি কৰা হয় ক্লিনিকখন #Nalbari #dentalclinic #openingday #axombroadcast24
Nalbari, Nalbari | Aug 17, 2026
⭕মুগকুছি মিলন নাট্যগোষ্ঠীৰ আখৰাৰ শুভাৰম্ভ ⭕মুগকুছি সংস্কৃতি ভৱনত অনুষ্ঠিত এই শুভাৰম্ভ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অভিনেতা যাদৱ ডেকাই ⭕নাৰিকল ভাঙি মাংগলি কাৰ্য সম্পন্ন কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি জয়ন্ত হাজৰিকাই ⭕পাণ্ডুলিপি উন্মোচন কৰে বৰভাগ কলেজৰ অৱসৰী অধ্যক্ষ ফণীধৰ ডেকাই #reharsal #Starting #milanmughkuchi #axombroadcast24
Nalbari, Nalbari | Aug 17, 2026
⭕শাওণ মাহৰ শেষৰটো সোমবাৰে উপলক্ষে নলবাৰীৰ শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ খাৰজাৰা আশ্ৰম ভক্তৰ ভিৰত সৃষ্টি হ'ল উথপথপ পৰিৱেশফ #Nalbari #lordshiva #shrawanmonth #axombroadcast24
Nalbari, Nalbari | Aug 17, 2026
⭕পথৰ দাঁতিত বহি কথা পাতি থকা অৱস্থাতেই দুই মহিলাক মহতিয়াই নি বিলৰ মাজত বাগৰি পৰিল ইন'ভা বাহন ⭕সুৰাসক্ত চালকৰ বাবেই জীৱন শেষ হ'ল এগৰাকী মহিলাৰ ⭕চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুঁজিছে আন এগৰাকী ⭕ভয়ংকৰ দূৰ্ঘটনাৰ পূৰ্বে আন কেইবাটাও প্ৰান্তত কথমপি প্ৰাণৰক্ষা পথচাৰীৰ #nalbari #roadaccidentnews #death #axombroadcast24
Nalbari, Nalbari | Aug 15, 2026
⭕বৰভাগৰ কদমতলত ভয়ংকৰ পথ দূৰ্ঘটনা ⭕তীব্ৰবেগী ইন'ভা বাহনে মহতিয়াই নিলে দুই মহিলাক ⭕থিতাতে নিহত এগৰাকী মহিলা ⭕গুৰুতৰভাৱে আহত আন এগৰাকী ⭕সুৰাসক্ত চালকৰ বাবেই দূৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ #nalbari #RoadAccident #barbhag #axombroadcast24
Nalbari, Nalbari | Aug 15, 2026