Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी

তামুলপুৰ: বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক হটাপাৰাস্থিত বিপিএফৰ কাৰ্যালয়ত জমিয়ত উলেমা হিন্দৰ লগতে ভিন্ন দল সংগঠনৰ সম্বৰ্ধনা

Tamulpur, Baksa | Oct 2, 2025
বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক হটাপাৰাস্থিত বিপিএফৰ কাৰ্যালয়ত জমিয়ত উলেমা হিন্দৰ লগতে ভিন্ন দল সংগঠনে বিপুলভাৱে সম্বৰ্ধনা জনায়।বিটিচিৰ নিৰ্বাচনত ২৮খনকৈ আসনত জয়ী হৈ একক সংখ্যা গৰিষ্ঠা লাভ কৰা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক মথনগুৰি পৰিষদীয় সমষ্টিৰ হাউলীৰ ওচৰৰ হটাপাৰাস্থিত বিপিএফৰ কাৰ্যালয়ত বৃহস্পতিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত জমিয়ত উলেমা হিন্দৰ লগতে ভিন্ন দল সংগঠনে বিপুলভাৱে গামোছা, আৰণাই আদিৰে সম্বৰ্ধনা জনায়।