Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
No video available

সোৱণশিৰি ভাগ: ঘিলামৰা বিজেপি মণ্ডলৰ ঘাঁহি-কলিতা গাঁৱৰ ৪ নং আৰু ১০ নং ৱাৰ্ডৰ ঘিলামৰা মজলীয়া বালিকা বিদ্যালয় বুথত সভা অনুষ্ঠিত

ঘিলামৰা বিজেপি মণ্ডলৰ ঘাঁহি-কলিতা গাঁৱৰ ৪ নং আৰু ১০ নং ৱাৰ্ডৰ ঘিলামৰা মজলীয়া বালিকা বিদ্যালয় বুথত বুথ বাহিনীৰ কাৰ্যকতাৰ সভা অনুষ্ঠিত । শুকুৰবাৰে দিনত অনুষ্ঠিত এই সভাত ভাৰতীয় জনতা পাৰ্টীৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচিত প্ৰাৰ্থী প্ৰদান বৰুৱাক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ মহিলাসকল সংকল্পবদ্ধ হয় ।