⭕নলবাৰী চহৰত Care First Multispeciality Dental Clinic মুকলি
⭕বিশিষ্ট দন্ত চিকিৎসক ডাঃ খবিৰ উদ্দিন আহমেদে মুকলি কৰে ক্লিনিকখন
⭕যুৱ দন্ত চিকিৎসক ডাঃ পাৰভেজ আমিনৰ নেতৃত্বত বাটা চ'কৰ সমীপত হুছেইন মাৰ্কেটৰ ইউক' বেংকৰ তলত মুকলি কৰা হয় ক্লিনিকখন
#Nalbari
#dentalclinic
#openingday
#axombroadcast24
Nalbari, Nalbari | Aug 17, 2026