Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
No video available

সোৱণশিৰি ভাগ: ঘিলামৰা বিজেপি মণ্ডলৰ অন্তর্ভুক্ত সোৱণশিৰি পঞ্চায়তৰ সোৱণশিৰি শক্তিকেন্দ্ৰত কাৰ্যকতা সন্মিলন অনুষ্ঠিত

ঘিলামৰা মণ্ডলৰ অন্তর্ভুক্তত সোৱণশিৰিৰ পঞ্চায়তৰ সোৱণশিৰি শক্তিকেন্দ্ৰত এখনি কাৰ্যকতা সন্মিলন অনুষ্ঠিত হয়। আহ্বায়ক বিক্ৰম মেদকে আঁত ধৰা সভাত সভাপতিত্ব কৰে সোৱণশিৰি পঞ্চায়তৰ আহ্বায়ক কনেশ্বৰ কামানে। লগতে বক্তব্য প্ৰদান কৰে ঘিলামৰা মণ্ডল সমিতিৰ সভাপতি চন্দ্ৰেশ্বৰ গগৈয়ে। আগন্তুক লোকসভা নিৰ্বাচনক লৈ এই সভাত আলোচনা কৰাৰ সমান্তৰালকৈ প্ৰক্ষেপিত প্ৰাৰ্থীক জয়ী কৰি নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী কৰাৰ আহ্বান।
সোৱণশিৰি ভাগ: ঘিলামৰা বিজেপি মণ্ডলৰ অন্তর্ভুক্ত সোৱণশিৰি পঞ্চায়তৰ সোৱণশিৰি শক্তিকেন্দ্ৰত কাৰ্যকতা সন্মিলন অনুষ্ঠিত - Subansiri Part News