Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

শিৱসাগৰ: ৰূদ্ৰ সাগৰত বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰশান্ত প্ৰতীম কাঠকটিয়াৰ উদ্যোগত

Sibsagar, Sivasagar | Aug 15, 2026

MORE NEWS

শিৱসাগৰত বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰশান্ত প্ৰতীম কাঠকটিয়াৰ বিশেষ পদক্ষেপ

শিৱসাগৰৰ বিভিন্ন বানাক্ৰান্ত স্থানত ৰাইজৰ মাজত খোৱাপানী, চিৰা, গাখীৰ, চাবোন, মম আদিৰ লগতে প্ৰয়োজনীয় বস্ত্ৰকে আদি কৰি বিভিন্ন সামগ্ৰী বিতৰণ। 

প্ৰায় ৬ হাজাৰ পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছে এইসমূহ সামগ্ৰী । বিতৰণ কাৰ্যসূচীত স্থানীয় বহু যুৱকৰো অংশগ্ৰহণ । 

প্ৰদ্যুম্ন দত্ত, মন ৰাজগুৰু, ৰিন্টু বৰগোহাঁই, নিহাল দত্ত, খগেন দত্ত, মিন্টু গগৈ আদি কেইবাগৰাকীও যুৱকে এই সাহাৰ্য বিতৰণ কাৰ্যসূচীত অংশ লৈছে প্ৰত্যক্ষ ভাৱে

#highlight #everyonefollowers #followerseveryone #prashantapratimkathkatia

শিৱসাগৰত বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰশান্ত প্ৰতীম কাঠকটিয়াৰ বিশেষ পদক্ষেপ শিৱসাগৰৰ বিভিন্ন বানাক্ৰান্ত স্থানত ৰাইজৰ মাজত খোৱাপানী, চিৰা, গাখীৰ, চাবোন, মম আদিৰ লগতে প্ৰয়োজনীয় বস্ত্ৰকে আদি কৰি বিভিন্ন সামগ্ৰী বিতৰণ। প্ৰায় ৬ হাজাৰ পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছে এইসমূহ সামগ্ৰী । বিতৰণ কাৰ্যসূচীত স্থানীয় বহু যুৱকৰো অংশগ্ৰহণ । প্ৰদ্যুম্ন দত্ত, মন ৰাজগুৰু, ৰিন্টু বৰগোহাঁই, নিহাল দত্ত, খগেন দত্ত, মিন্টু গগৈ আদি কেইবাগৰাকীও যুৱকে এই সাহাৰ্য বিতৰণ কাৰ্যসূচীত অংশ লৈছে প্ৰত্যক্ষ ভাৱে #highlight #everyonefollowers #followerseveryone #prashantapratimkathkatia

Sibsagar, Sivasagar | Aug 16, 2026

বানত ক্ষতিগ্ৰস্ত নাজিৰাস্থিত অ’এনজিচি অসম সম্পদৰ অনুষ্টুপীয়াকৈ স্বাধীনতা দিৱস পালন।

কাৰ্যবাহী সঞ্চালক-সম্পদ প্ৰবন্ধক উদয় পাছোৱানে উত্তোলন কৰে পতাকা।

ভাষণত সম্পদ প্ৰবন্ধকগৰাকীয়ে কয় যে বানত ব‍্যাপক ক্ষতি তথা লোকচানৰ সন্মুখীন হোৱা অ’এনজিচিক স্বাভাৱিক অৱস্থালৈ পুনৰুদ্ধাৰৰ বাবে খৰচ হ’ব প্ৰায় ১৭৫ কোটি টকা।

তাৰ মাজতে বানাক্ৰান্ত ৰাইজক সহায় কৰি যাব অ’এনজিচিয়ে।

ইতিমধ‍্যে অসমৰ মুখ‍্যমন্ত্ৰীক সাক্ষাৎ কৰি ২৫ কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰতিষ্ঠানটোৱে।

ইয়াৰে ৫ কোটি টকা মুখ‍্যমন্ত্ৰী সাহায‍্য পুঁজিলৈ প্ৰদান কৰাৰ লগতে ২০ কোটি টকা ব‍্য‍য় কৰা হ’ব বানত ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠানৰ পুনৰ নিৰ্মাণত।

#highlightseveryone 
#everyonefollowers
 #follower 
#nonfollowers 
#ONGCNazira

বানত ক্ষতিগ্ৰস্ত নাজিৰাস্থিত অ’এনজিচি অসম সম্পদৰ অনুষ্টুপীয়াকৈ স্বাধীনতা দিৱস পালন। কাৰ্যবাহী সঞ্চালক-সম্পদ প্ৰবন্ধক উদয় পাছোৱানে উত্তোলন কৰে পতাকা। ভাষণত সম্পদ প্ৰবন্ধকগৰাকীয়ে কয় যে বানত ব‍্যাপক ক্ষতি তথা লোকচানৰ সন্মুখীন হোৱা অ’এনজিচিক স্বাভাৱিক অৱস্থালৈ পুনৰুদ্ধাৰৰ বাবে খৰচ হ’ব প্ৰায় ১৭৫ কোটি টকা। তাৰ মাজতে বানাক্ৰান্ত ৰাইজক সহায় কৰি যাব অ’এনজিচিয়ে। ইতিমধ‍্যে অসমৰ মুখ‍্যমন্ত্ৰীক সাক্ষাৎ কৰি ২৫ কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰতিষ্ঠানটোৱে। ইয়াৰে ৫ কোটি টকা মুখ‍্যমন্ত্ৰী সাহায‍্য পুঁজিলৈ প্ৰদান কৰাৰ লগতে ২০ কোটি টকা ব‍্য‍য় কৰা হ’ব বানত ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠানৰ পুনৰ নিৰ্মাণত। #highlightseveryone #everyonefollowers #follower #nonfollowers #ONGCNazira

Sibsagar, Sivasagar | Aug 15, 2026

কোঁৱৰপুৰ যুৱ সমাজৰ উদ্যোগত বিগত 24 টা দিনত বানপীড়িত ৰাইজক সাহায্য সামগ্ৰী প্ৰদান আৰু শ্ৰমদান অব্যাহত। আজি বিহুবৰ কমল চাপৰিত 5 টা বাসগৃহত পলস আতৰাই বানপীড়িত ৰাইজৰ বাসগৃহত থকাৰ উপযোগী কৰি তোলে। অনাগত দিনটো শ্ৰমদান কাৰ্যসূচী আৰু সাহায্য সামগ্ৰী যোগান অব্যাহত থাকিব বুলি যুৱ সমাজৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।

কোঁৱৰপুৰ যুৱ সমাজৰ উদ্যোগত বিগত 24 টা দিনত বানপীড়িত ৰাইজক সাহায্য সামগ্ৰী প্ৰদান আৰু শ্ৰমদান অব্যাহত। আজি বিহুবৰ কমল চাপৰিত 5 টা বাসগৃহত পলস আতৰাই বানপীড়িত ৰাইজৰ বাসগৃহত থকাৰ উপযোগী কৰি তোলে। অনাগত দিনটো শ্ৰমদান কাৰ্যসূচী আৰু সাহায্য সামগ্ৰী যোগান অব্যাহত থাকিব বুলি যুৱ সমাজৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।

Sibsagar, Sivasagar | Aug 15, 2026