🛑বিগত দুটা বৰ্ষ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে।
🛑তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত চিত্ৰাংকন, নৃত্য আৰু গীতৰ প্ৰতিযোগিতাৰ লগতে বিজয়ীসকলক বঁটা আৰু মানপত্ৰৰে সন্মান জনোৱাৰ ব্যৱস্থা কৰা হৈছে।
🛑অহা ১৬ আগষ্টত বোকাজানৰ জিন বাবা হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব আৰ্ট প্ৰতিযোগিতা।