Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

সৰ্থেবাৰী: সৰ্থেবাৰীৰ নলীৰপাম গাঁৱৰ পথাৰৰ মাজত নৱজাকৰ মৃতদেহ উদ্ধাৰ আৰক্ষী উপস্থিত হৈ তদন্ত কৰে

Sarthebari, Barpeta | Oct 24, 2025
ৰাজ্যত পুনৰ মানৱ সমাজত লজ্জা জনক ঘটনা। পথাৰৰ মাজত এটা বাকচত নৱজাতৰ মৃতদেহ উদ্ধাৰ ৷ সৰ্থেবাৰীৰ নলীৰপাম গাঁৱৰ পথাৰৰ মাজত উদ্ধাৰ হয় নৱজাতকটোৰ মৃতদেহ ৷ গাঁৱৰ ৰাইজে নৱজাকটোত মৃতদেহ দেখ আৰক্ষীক খৱৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷