বাক্সা: বাক্সা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সাক্ষাৎ কৰে ৰাজ্যিক বিজেপিৰ অবিচি মৰ্চাৰ উপসভানেত্ৰী ভনিতা মেধি
Baska, Baksa | Nov 26, 2025 বাক্সা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উজ্বল প্ৰতীম বৰুৱাক সাক্ষাৎ কৰে ৰাজ্যিক বিজেপিৰ অবিচি মৰ্চাৰ উপসভানেত্ৰী ভনিতা মেধি।