হাৱাইপুৰৰ গোঁসাইগাঁৱত বনৰীয়া হাতীৰ বৃহৎ জাকে ৰে’লপথ পাৰ হৈ লামডিং সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ
আজি পুৱাৰ ভাগত পশ্চিম কাৰ্বি আংলঙৰ পৰা অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে হাৱাইপুৰৰ গোঁসাইগাঁও অঞ্চলত ৰে’লপথ পাৰ হৈ লামডিং সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰে।
হাতীৰ জাকটোক কেন্দ্ৰ কৰি অঞ্চলটোত কিছু সময়ৰ বাবে চাঞ্চল্যৰ সৃষ্টি হয়।
Hojai, Hojai | Aug 9, 2026