Public App Logo
যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ যোৰহাটত চাঞ্চল্য। অন্বেষা শইকীয়াৰ মৃত্যুত সৃষ্টি হৈছে ৰহস্যৰ। ড্ৰাগছ আসক্তই যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ।বান্ধৱীৰ সৈতে বজাৰলৈ যোৱা অন্বেষা উদ্ধাৰ হৈছিল মৃত অৱস্থাত। - Assam News