Public App Logo
ধেমাজিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কপহুৱা গাঁৱত অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ ৪জনক গ্ৰেপ্তাৰ আৰক্ষীৰ। আৰক্ষীৰ জালত ধৃত কপিল দাস, জিনামণি দাস, ঝৰ্ণা দাস আৰু কৰণ দাহাল। ২৫ গ্ৰাম ‍ড্ৰাগছ, ৪২ হাজাৰ নগদ টধন, এখন চাৰিচকীয়া বাহন, এখন মটৰচাইকেল আৰু এখন স্কুটাৰ জব্দ কৰিছে আৰক্ষীয়ে। - Assam News