Public App Logo
Profile Picture

SOUBHIK

@bongaigaon_khobor
4288Followers
5Following
বঙাইগাঁও ভাগ: বঙাইগাঁও সদৰ আৰক্ষী থানাত শোক দিৱস পালন কৰা হয়
বঙাইগাঁও ভাগ: অভয়াপুৰীত জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায়ে সংবাদমেল সম্বোধন কৰে
বঙাইগাঁও ভাগ: আবৰ্ত ভৱনত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰক সাক্ষাৎ কৰে শান্তি নগৰ দুৰ্গা পূজা কমিটীৰ সদস্য সকলে
বঙাইগাঁও ভাগ: জাতীয় পতাকা উত্তোলন কৰি চহৰত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ
বঙাইগাঁও ভাগ: ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গান্ধী ময়দানত জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকৰ উপস্থিতিত ব্ৰিফিং প্ৰগ্ৰাম অনুষ্ঠিত
বঙাইগাঁও ভাগ: বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালে
বঙাইগাঁও ভাগ: যোগীঘপাত দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত আহত ৫ জন
বঙাইগাঁও ভাগ: স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত ৰেল আৰক্ষীৰ অভিযান
সৃজনগ্ৰাম: অভয়াপুৰীত কংগ্ৰেছ দলৰ মাটি বিজেপিয়ে দখল কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়
বইটামাৰী: কায়েথপাৰা প্ৰথম খণ্ডত ১০০০০ তামোল পুলি চুৰি হয়
বঙাইগাঁও ভাগ: জিলা পৰিষদৰ কাৰ্যালয়ত জিলা জল বৈঠক অনুষ্ঠিত কৰা হয়,উপস্থিত থাকে জিলা পৰিষদৰ সভানেত্ৰী
বঙাইগাঁও ভাগ: ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনাত মৃত্যু হয় বঙাইগাঁওৰ নতুনপাৰাৰ দুই যুৱকৰ
বঙাইগাঁও ভাগ: স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জিলাৰ বিভিন্ন প্ৰান্তত বঙাইগাঁও আৰক্ষীয়ে তীব্ৰ তালাচী অভিযান চলায়
বঙাইগাঁও ভাগ: চহৰত CITU বঙাইগাঁও জিলা সমিতিয়ে উত্তাল প্ৰতিবাদী কাৰ্যসূচী
সৃজনগ্ৰাম: অভয়াপুৰীত বিদ্যালয়ৰ চুৰি সামগ্ৰী উদ্ধাৰ হোৱাৰ সন্দৰ্ভত বঙাইগাঁও জিলা পৰিষদৰ সদস্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে
বঙাইগাঁও ভাগ: টুনীয়াপাৰ হনুমান মন্দিৰত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়
বঙাইগাঁও ভাগ: ৭নং বাঁশবাৰী গাঁৱত উপস্থিত হৈ NEET পৰীক্ষাত উত্তীৰ্ণ হোৱা দীপক কুমাৰ বৰ্মনক সম্বৰ্ধনা জনায় জিলা বিজেপিৰ সভাপতিয়ে
বঙাইগাঁও ভাগ: বঙাইগাঁও চহৰত আৰু চিৰাং জিলাত উত্তাল প্ৰতিবাদ কৰিব CITU বঙাইগাঁও আৰু চিৰাং জিলা সমিতিয়ে চহৰত
বঙাইগাঁও ভাগ: গান্ধী ময়দানত জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকৰ উপস্থিতিত ১৫ ই আগষ্টৰ প্ৰস্তুতি আৰম্ভ
বঙাইগাঁও ভাগ: পঞ্চপুৰ এম ই স্কুলত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়
বঙাইগাঁও ভাগ: জিলা প্ৰশাসনৰ সতৰ্কতাবাণীৰ পিছত সম্পূৰ্ণ ৰূপে সাজু বঙাইগাঁও SDRF বাহিনী চহৰত ভাৰপ্ৰাপ্ত বিষয়াৰ মন্তব্য
সৃজনগ্ৰাম: বালাপাৰা মছজিদত প্ৰাৰ্থনাৰ সময়ত কান্দি উঠিল AIUDF দলৰ চীফ বদৰুদ্দিন আজমল
বঙাইগাঁও ভাগ: বিওচি গেটত দিন দূপুৰত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়
বঙাইগাঁও ভাগ: চাপৰাকাটাত গৰু সহ তিনি জন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে
সৃজনগ্ৰাম: অভয়াপুৰীত ৰাইজৰ সৈতে মত বিনিময় কৰি বিভিন্ন সমস্যাৰ বুজ লয় বিধায়ক ভূপেন ৰায়ে