Public App Logo
Profile Picture

D.বাৰ্তা 24x7

@d.barta
69Followers
0Following
অনা খিলঞ্জীয়াই কিনা বেচা কৰিব নোৱাৰিব মাটি। নামনিৰ ধুবুৰী, গোৱালপাৰা, বৰপেটাৰ বাবে পৃথক কঠোৰ আইন।
চাপৰৰ চৰুৱা বাকৰা সন্তোষপুৰৰ উচ্ছেদিত পট্টাদাৰ পৰিয়ালে আজি এবছৰে ভূমি আৰু সংস্থাপন নোপোৱাৰ অভিযোগ।
উচ্ছেদৰ এটা বছৰ পাৰ হ'ল। কেতিয়া পাব চাপৰৰ ভূমি সহ সংস্থাপন। উচ্ছাদিতৰ ক্ষোভ।
Indian National Flag
On 80th Independence Day of the nation. atmosphere of the parade ground at Dhubri PC Barua field.
ধুবুৰী আৰক্ষীৰ ত্ৰিৰঙা যাত্ৰাৰ এক সুন্দৰ দৃশ্য।
স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত ধুবুৰীত
মোক ব্রয়লাৰ বুলি ভাবিছে নেকি, মই লোকেল হয় লোকেল। কাক দম দিছে এইদৰে শুকুৰ আলীয়ে?
উজনিৰ বন্যাৰ্তৰ বাবে সৰ্ব ভাৰতীয় জমিয়ত উলেমা আৰু আনফৰ ফাউণ্ডেশ্যনৰ বৃহৎ বান সাহায্য ঘোষণা।
📌আজমলৰ ভৰি চুই ৫০০ টকাৰ সাহায্য বিতৰ্কৰ পিছত আজমলৰ স্পষ্টীকৰণঃ মই মানা কৰাৰ পিছতো কৰিছে।
পৰকীয়া কৰা স্বামীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক অভিযোগ এগৰাকী দুৰ্ভগীয়া পত্নীৰ। কি ক'লে মুখ্যমন্ত্ৰীয়ে?
বানপানীৰ সময়ত ফকিৰগঞ্জ অঞ্চলৰ ভিন্ন অঞ্চলত ব্যহত যাতায়ত ব্যৱস্থা।
পৰ্য্যটকক লগত লৈ এগৰাকী অসম জীয়ৰীৰ কণ্ঠত ধুনীয়া গীত।
কাউৰী কেইটাই শোভা বৰাইছে পাত নথকা গছডালৰ। এক সুন্দৰ দৃশ্য।
ধুবুৰীৰ মানুহৰ কথা মনত পৰিলেই মন কান্দে, চকুলো ওলায় মৌলানা বদৰুদ্দিন আজমলৰ।
এই সময়ত হিন্দু মুছলিম কৰা ঠিক নহয়। উজনিৰ তিনি জিলাৰ বন্যাৰ্তৰ দুৰ্বিক্ষ প্ৰসংগত আৰু কি ক'লে আজমলে।
বন্যাৰ্তৰ সাহায্য প্ৰদান প্ৰসংগকলৈ এইবাৰ বদৰুদ্দিন আজমলক তীব্র সমালোচনা অসমীয়া যুৱ মঞ্চৰ।
NEET উত্তীৰ্ণ হৈ মানৱ সেৱাৰ একো একোগৰাকী সৈনিক হ'ব এওঁলোক।
আদিত্য বিৰলা গ্রুপৰ ডিৰেক্টৰ অনন্যাৰ মহানুভৱতা। নিজে VVIP হৈও বোকা পানী গচকি বিলাইছে সাহায্য সামগ্ৰী
চাপৰত বন বিভাগৰ সীমা নিৰ্ধাৰণ কৰিবলৈ গৈ ৰাইজৰ ৰোষত বন বিভাগৰ দল।
বানাক্ৰান্ত প্ৰতিটো পৰিয়ালক দহ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী বিধায়ক অখিল গগৈৰ।
সপ্তম শ্ৰেণীত অধ্যয়নৰত হিমাশ্ৰী হিয়া কলিতা নামৰ কনমানিটিৰ মহানুভৱতা চাওঁক।
গছত ওলমি থকা উজনিৰ বানাক্ৰান্ত লোকক কিদৰে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী বাহিনীয়ে, চাওক।
মাৰ্চেল লগাই বিধানসভাৰ পৰা উলিয়াই দিয়া হ'ল অখিল গগৈক। কিন্তু কিয়, চাওক।
কোনো শ্ৰমিকক ঘৰত কামত লগোৱাৰ পূৰ্বে এশ বাৰ চিন্তা কৰিব, নহ'লে সৰ্বশান্ত হ'ব পাৰে আপুনি।