Public App Logo
Profile Picture

Jitumoni Saikia

@jitumonisaikia444
98550Followers
13Following
লংকা: লংকা পৌৰসভা চৌহদৰ দূৰ্গোন্ধময় পৰিবেশ সন্দৰ্ভত লংকাত মন্তব্য বিধায়ক নুৰুল হুদাৰ
লংকা: ৰাজ্যৰ বিধানসভাৰ এষ্টিমেট কমিটি উপস্থিত লংকাত, বিধায়ক প্ৰশান্ত ফুকনৰ লংকাত মন্তব্য
ডবকা: ডৱকাৰ পূৱ যমুনা গাৱত বন বিভাগৰ অভিযানত জব্দ মূল্যবান কাঠ, বিভাগীয় কৰ্তৃপক্ষৰ মন্তব্য
ডবকা: যমুনামুখ ৰেলৱে অ'ভাৰ ব্ৰীজত অট আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ, স্থানীয় লোকৰ মন্তব্য
লংকা: লংকাৰ পিপল পুখুৰীৰ এখন ধাৱা কৰা হয় চীল,লংকা ৰাজহ চক্ৰ বিষয়াৰ মন্তব্য
লংকা: লংকাত কলেজীয়া ছাত্ৰীক জোকোৱাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ,বজৰং দলৰ কৰ্মীৰ মন্তব্য
হোজাই: হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰি লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰ'ৰ মন্তব্য
হোজাই: হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত মন্ত্ৰী অজন্তা নেওগ উপস্থিত হৈ আগবঢ়াই মন্তব্য
হোজাই: হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত বিধায়ক প্ৰশান্ত ফুকনৰ মন্তব্য
লংকা: লংকাৰ লংকা জান সুঁতিত নিশা উদ্ধাৰ এজন লোকৰ মৃতদেহ,সমন্ধীয়ৰ নিশা লংকাত মন্তব্য
লংকা: কাকী দুইহাজাৰ বিঘা চুতীয়া গাও প্ৰাথমিক বিদ্যালয়ৰ দূৰবস্হা, প্ৰধান শিক্ষকৰ দুইহাজাৰ বিঘাত মন্তব্য
লংকা: সুদুৰ মুম্বাইৰ পৰা দামী মবাইল ফোন চুৰ কৰি লংকাৰ উদালীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এজন যুৱক
লংকা: লামডিং সমষ্টিৰ ফৰেষ্ট টিলা নামঘৰত উপস্থিত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ
হোজাই: শ্ৰীমন্ত শংকৰদেৱ নগৰত হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিবৰ সংবাদমেল
হোজাই: বহি: ৰাজ্য মুম্বাইত দুৰ্ঘটনাত মৃত্যু হোজাই মোৰাঝাৰৰ নুৰ আহমেদৰ,মোৰাঝাৰত মন্তব্য সমন্ধীয়ৰ
লংকা: লংকা পৌৰসভাৰ কাৰ্যালয়ত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ উপস্থিত,শিলাদিত্য দেৱৰ মন্তব্য
লংকা: কাকীত আৰক্ষীৰ গুটখা আৰু গুটখা জাতীয় নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান
হোজাই: নিশা শ্ৰীমন্ত শংকৰদেৱ নগৰত চাহ জনগোষ্ঠীয় লোকৰ কৰম পূজা উদযাপন,উদ্যোগতাৰ মন্তব্য
হোজাই: হোজাই জিলা আৰক্ষীৰ অভিযানত কেইবা লক্ষাধিক টকাৰ পপি গুটি সহ দুজন আটক, জিলা সদৰত আৰক্ষী অধীক্ষকৰ মন্তব্য
লংকা: লামডিংত BLBSDV হিন্দী হাই স্কুলৰ নৱ নিৰ্মিত শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ‌ই
হোজাই: লংকাৰ বামুণগাঁও নামঘৰত  জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি উদযাপন, মন্তব্য উদ্যোগতাৰ
লংকা: লংকাৰ তিনিআলি নামঘৰত ৰাইজে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে নাম-প্ৰসঙ্গ কৰি ভকত বৈষ্ণৱে আগৱঢ়াই মন্তব্য
লংকা: লংকাৰ হাবাইপুৰত কাজিৰঙাৰ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান এটি আঘাত প্ৰাপ্ত বনৰীয়া হাতীক, চিকিৎসকৰ মন্তব্য
লংকা: লংকাৰ লালমাটী লক্ষীপথাৰত নিশা বন্যহস্তীৰ তাণ্ডৱ, পূৱা লক্ষীপথাৰত মন্তব্য স্হানীয়ৰ
লংকা: লংকাত অমৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰী, বিধায়ক শিবু মিশ্ৰৰ লংকাত মন্তব্য