Public App Logo
Profile Picture

News13 Northeast Assam

@news13northeastassam
142Followers
0Following
ড্ৰাগছৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষীৰ পুনৰ আন এক সফল অভিযান।
​আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিল এই বিশেষ অভিযান।
​অভিযানত জব্দ হ'ল ১৩১ টাকৈ হেৰ'ইন ভৰ্তি কন্টেইনাৰ।
​হাতে-লোটে আটক মহিলাসহ মুঠ পাঁচজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।
​বশিষ্ঠ আৰক্ষীৰ ধাৰাবাহিক অভিযানত ত্ৰস্তমান ড্ৰাগছ মাফিয়া।
সোণতলীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
১০ টাকৈ ড্ৰাগছৰ কন্টেনাৰ, ষ্টিপ Sublingual টেবলেটসহ গ্ৰেপ্তাৰ শ্বাহজাহান আলী আৰু আব্দুৰ ৰহিম
বিশ্বমঞ্চত উজ্বলিল গৰৈমাৰীৰ আশ্বফাক
​ইংলেণ্ডৰ বিশ্ববিখ্যাত লীডছ বিশ্ববিদ্যালয়ৰ পৰা আন্তৰ্জাতিক সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে ৰফিক চৌধুৰীৰ সুযোগ্য পুত্ৰ আশ্বফাক চৌধুৰীয়ে।
জনসমূদ্ৰত পৰিনিত সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত বিধায়ক ৰেকিবুদ্দিন আহমেদ
শীঘ্ৰেই ছমৰীয়া সমষ্টিৰ সোণতলীত পূৰ্ণ পৰ্যায়ৰ ৰাজহ চক্ৰ স্থাপন কৰা হব
মন্তব্য বিধায়ক ৰেকিবুদ্দিন আহমেদ
পুনৰ বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলে এই অভিযান
বশিষ্ঠ আৰক্ষীৰ বৃহৎ সাফল্য।
গুৱাহাটীৰ একাধিক চুৰি গোচৰত অভিযুক্ত ২ কুখ্যাত চোৰ গ্ৰেপ্তাৰ ।
বেহেবাৰীৰ পৰা আব্দুৰ ৰহিম, আমতোলাৰ পৰা অংশুমান বসুমতাৰী গ্ৰেপ্তাৰ ।
গৰৈমাৰী চক্ৰ বিষয়াৰ বিৰুদ্ধে মিছা অপপ্ৰচাৰ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৃষক নেতা গৰাকী
গৰৈমাৰী চক্ৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত ৰাহুল চৌধুৰীক আটক কৰে গৰৈমাৰী আৰক্ষীয়ে
News13 Northeast Assam-ৰ নাম আৰু ল’গ’ চুৰি কৰি ফেচবুকত নকল পেজ! সাৱধান হওক আমাৰ সকলো দৰ্শক তথা শুভাকাংক্ষী।
​আমাৰ দৃষ্টিগোচৰ হৈছে যে একাংশ অসাধু চক্ৰই সামাজিক মাধ্যমত আমাৰ অফিচিয়েল সংবাদ মাধ্যম 'News 13 Northeast Assam'-ৰ মূল ল’গ’ আৰু কভাৰ ফটো চুৰি কৰি এটা নকল (Fake/Clone) ফেচবুক পেজ চলাই আছে।
​এই নকল পেজটোৰ জৰিয়তে যদি কোনো ধৰণৰ অপপ্ৰচাৰ, ভুৱা বাতৰি বা বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হয়, তাৰ বাবে আমাৰ মূল সংবাদ প্ৰতিষ্ঠান কোনো কাৰণতে দায়ী নহ’ব।
​এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ চাইবাৰ কোষত আনুষ্ঠানিকভাৱে আইনী অভিযোগ দাখিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
​ আমাৰ সকলো নিষ্ঠাবান দৰ্শক আৰু অনুগামীক অনুৰোধ জনোৱা হৈছে যে-এনে ভুৱা পেজৰ পৰা সতৰ্ক থাকক আৰু পেজটো দেখিলেই ফেচবুকত 'Report' কৰক।
​সকলোৱে কেৱল আমাৰ এই মূল তথা অফিচিয়েল পেজটোৰ বাতৰিহে অনুসৰণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।
​<nis:link nis:type=tag nis:id=news13northeastassam nis:value=News13NortheastAssam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=fakepagealert nis:value=FakePageAlert nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=cybercrime nis:value=CyberCrime nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=breakingnews nis:value=BreakingNews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assamnews nis:value=AssamNews nis:enabled=true nis:link/>
অজ্ঞাত চক্ৰই অবৈধভাৱে চলাই থকা ভুৱা পেজটোৰ বিৰুদ্ধে এজাহাৰ দাখিল।  
​উলুবাৰী চাইবাৰ আৰক্ষীক প্ৰদান কৰা হ’ল নকল পেজটোৰ লিংকসহ প্ৰয়োজনীয় সকলো প্ৰমাণ।  
​শীঘ্ৰেই পেজটো বন্ধ কৰাৰ লগতে দোষীক চিনাক্ত কৰি আইনী ব্যৱস্থা লোৱাৰ দাবী কৰ্তৃপক্ষৰ।
গুৱাহাটী মহানগৰীৰ পৰা বিহাৰৰ কুখ্যাত ইৰাণী গ্ৰুপৰ সদস্য অংকিত দাস,আৰু কিষান দাসক গ্ৰেপ্তাৰ আৰক্ষীৰ
নিশা ড্ৰাগছৰ বিৰুদ্ধে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান
আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলে এই অভিযান
১৯ টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ গ্ৰেপ্তাৰ ভবেন পেগু
সাংবাদিক সকলৰ ঐক্যমঞ্চ জি কে এছ প্ৰেছ ক্লাবৰ শপত অনুষ্ঠানত বিধায়ক ৰেকিবুদ্দিন
জি কে এছ প্ৰেছ ক্লাবৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ
পশ্চিম কামৰূপ বন বিভাগক মেনেজ কৰি বালি মাফিয়াই চলাই গৈছে খনন কাৰ্য
তেলৰ টেংকীত গোপন চেম্বাৰ বনাই মহানগৰীৰ সৰবৰাহ চলোৱা মহম্মদ ফৰিজুদ্দিন নামৰ ড্ৰাগছ মাফিয়াক বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ
নৱগঠিত ছমৰীয়া সমষ্টিৰ গৰৈমাৰী কালাতুলী সোনতলী চমুকৈ( জি কে এছ প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন
ছয়গাঁও সংহত শিশু উন্নয়ন প্ৰকল্পত চৰম অৰাজকতা!
অংগনাবাৰী কেন্দ্ৰত পচা চাউল বিতৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া!
কামৰূপৰ গৰৈমাৰী বজাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰু ‘সাৰে-গা-মা মিউজিকেল নাইট’ৰ সহযোগত জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন।
চাম্পুপাৰাৰ কলহী নদীত নাও খেলৰ নান্দনিক দৃশ্য
৩৯ টা ড্ৰাগছৰ কন্টেনাৰসহ গ্ৰেপ্তাৰ হাতীশলা পামৰ ছায়েদ আলী
আজি চাম্পুপাৰা কলহীনদীত নাঁওখেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিধায়ক ৰেকিবুদ্দিন আহমেদ।
🔴 <nis:link nis:type=tag nis:id=live nis:value=LIVE nis:enabled=true nis:link/>
GTC 7A SIDE DAY NIGHT FOOTBALL TOURNAMENT GORIMARI RHINOS VS SUPER STRIKER
নগৰবেৰাত পুনৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে পুনৰ আৰক্ষীৰ অভিযান
ৰফিকুল ইছলাম আৰু হানিফ আলীক গ্ৰেপ্তাৰ