Public App Logo
Profile Picture

Abdus Subhan

@abdussubhan71
73259Followers
0Following
মাটিয়া: নৱাগত শিমলীতোলাত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰে আমছুৰ উত্তাল প্ৰতিবাদ
বালিজানা: ৰাক্ষসিনী অঞ্চলৰ ভূমি আৰু বৈধ অধিকাৰ সুৰক্ষাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ আছৰুৰ
বালিজানা: গোৱালপাৰাৰ দৰথি কলিতাই AJS পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰি ন্যায়াধীশ হোৱাৰ গৌৰৱ অৰ্জন কৰে
বালিজানা: গুলচন কোম্পানীৰ বিৰুদ্ধে প্ৰদূষণৰ  বিৰুদ্ধে জিলা আয়ুক্তক স্মাৰক অসম উন্নয়ন পৰিষদৰ
বালিজানা: মৰনৈৰ গুলচন কোম্পানীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ দাবীৰে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান অসম উন্নয়ন পৰিষদৰ
মাটিয়া: গোৱালপাৰা জিলাৰ ফুলনৈ পাৰ ঘাটত আয়োজন কৰা নাওঁ খেল বাতিল হোৱাত  দোকানী সকলৰ পৰা আয়োজক সমিতিয়ে টকা লোৱা সন্দৰ্ভত সংবাদ
বালিজানা: ৰাজাপাৰা ফুটবল প্ৰতিযোগিতাত কুৰুৱাভাষা চেম্পিয়ন হয়
বালিজানা: গোৱালপাৰা মহাবিদ্যালয়ত  প্ৰাগজ্যোতিষ আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱৰ ধ্ৰুপদী নৃত্যৰ বিশেষ কৰ্মশালা অনুষ্ঠিত হয়
বালিজানা: গোৱালপাৰাত সংবাদমেলত কংগ্ৰেছক সকিয়নী টংকেশ্বৰ ৰাভাৰ
বালিজানা: গোৱালপাৰাৰ বাজপেয়ী ভৱনত সংবাদ মেলত জিলা বিজেপিৰ সভাপতি দীপাংক নাথৰ মন্তব্য
মাটিয়া: কৃষ্ণাইত অনুষ্ঠিত হোৱা সজাগতা সভাত পৰিবহণ বিভাগৰ এম ভি আইৰ মন্তব্য
লক্ষীপুৰ: লক্ষীপুৰত অবৈধ কাঠৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ মূল্যবান চেগুন কাঠ জব্দ কৰে
বালিজানা: বাতাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত ছাত্ৰীসকলৰ মন্তব্য
বালিজানা: গোৱালপাৰা জিলাৰ আগিয়া লক্ষীপুৰ পথৰ দ্বাৰকা অঞ্চলৰ  ধাননি পথাৰৰ ধান খেতি খাই তহিলং কৰিছে বন্যহস্তীৰ জাকে
মাটিয়া: গুলশান কোম্পানীৰ ৰাসায়নিক আৱৰ্জনাস্থলী উন্মুক্ত হৈ থকাকলৈ মৰনৈত ৰাইজৰ প্ৰতিক্ৰিয়া
বালিজানা: বাতাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষৰ সংবাদ মেল
বালিজানা: মৰনৈত উদ্যোগৰ পেলনীয়া ৰাসায়নিক পদাৰ্থ মিহলি পানীয়ে বিষাক্ত কৰি তুলিছে পদুম পুখুৰীৰ পানী
বালিজানা: চহৰৰ হাচিলা বাছ আস্থানৰ সমীপত ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ পদত্যাগৰ দাবীৰে চিপিআই এমৰ প্ৰতিবাদ
বালিজানা: গুলশান কোম্পানীৰ ৰাসায়নিক আৱৰ্জনাস্থলী উন্মুক্ত হৈ থকাকলৈ মৰনৈত প্ৰতিক্ৰিয়া অব্যাহত
বালিজানা: গোৱালপাৰাৰ কল্যানপুৰৰ বগুলামাৰী প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলৰ ধাননী পথাৰত  পুনৰ এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়
বালিজানা: মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰে গোৱালপাৰাত চিপিআই এমৰ প্ৰতিবাদ
লক্ষীপুৰ: বাতাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত অভিযোগক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মন্তব্য
বালিজানা: গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰ নদীৰ সূতিত  নিষিদ্ধ জালেৰে অবাধে চলিছে মাছ নিধন যজ্ঞ
বালিজানা: গোৱালপাৰা জিলাৰ আগিয়া লক্ষীপুৰ পথৰ দাঁতিত থকা ধাননি পথাৰৰ ধান খেতি খাই তহিলং কৰিছে বন্যহস্তীৰ জাকে
লক্ষীপুৰ: চুনাৰী আৰক্ষীৰ জালত দুই গৰু সৰবৰাহকাৰী