Public App Logo
Profile Picture

Dibrugarh news

@usr509065
19846Followers
23Following
পূব ডিব্ৰুগড়: এজাক বৰষুণতে বুৰিল ডিব্ৰুগড় মহানগৰ, সন্ধিয়া অহা বৰষুণত ভয়াৱহ কৃত্ৰিম বান পৰিস্থিতি
মৰাণ: মৰাণৰ পিয়লি নগৰত ভাড়াঘৰত উদ্ধাৰ এগৰাকী বিবাহিত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ এই মন্তব্য পৰিয়ালৰ
পূব ডিব্ৰুগড়: ডিব্ৰুগড়ত ১০ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চোলোৱা ঘটনাক উচিত তদন্ত দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
মৰাণ: বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনৰ বিৰুদ্ধে গৰজি উঠিল সংগঠনটোৰ প্ৰাক্তন  মুখপাত্ৰ প্ৰকাশ বৰুৱা
পূব ডিব্ৰুগড়: ডিব্ৰুগড়ত ১০ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত লম্পট মঃ খালেক
,এই মন্তব্য ভুক্তভোগীৰ পৰিয়ালৰ
মৰাণ: উজনিত বুঢ়ীদিহিঙৰ বুকুৰে শ্ৰীমদ্ভাগৱত পাঠেৰে নৌকা যাত্ৰা, খোৱাঙৰ বালিচৰত উপস্থিত হোৱা পাছতেই এই মন্তব্য উদ্যোগতা
পূব ডিব্ৰুগড়: ডিব্ৰুগড়ৰ লিলিপুল পেলেছ হোটেলত অনুষ্ঠিত
 কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পাছত সংবাদমেল সম্বোধন টাইপা দিগন্ত তামুলী গোটৰ
পূব ডিব্ৰুগড়: দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ পদত্যাগৰ দাবীৰে ডিব্ৰুগড়ৰ চৌকিডিঙ্গী চাৰিআলিত উত্তাল প্ৰতিবাদ চিপিআই
পূব ডিব্ৰুগড়: টিংখাঙত বিবাহিত মহিলা নিৰুদ্দেশ হোৱা ঘটনাক লৈ এই মন্তব্য পৰিয়ালৰ, আৰক্ষী থানাত এজাহাৰ দাখিল
টিংখং: টিংখাঙৰ ১ নং নাচনী সৰুপথাৰ গাঁৱৰ সন্ধানহীন এবছৰীয়া সন্তানৰ মাতৃ  পংখী পাত্ৰ গগৈ
মৰাণ: মৰানৰ বিশিষ্ট চিকিৎসক,প্ৰাক্তন ৰাজ্যিক ফুটবলাৰ ডাঃ গিৰিশ ফুকনৰ মৃত্যু , গভীৰ শোক প্ৰকাশ দ'ল সংগঠনৰ বিশিষ্ট ব্যক্তি
পূব ডিব্ৰুগড়: খোৱাঙত দুৰ্গা পূজা উদযাপন সন্দৰ্ভত পূজা সমিতি সমূহৰ সৈতে বৈঠক খোৱাং সমজিলা প্ৰশাসনৰ
পূব ডিব্ৰুগড়: দেশৰ নিৰ্বাচন আয়োগক লৈ বিৰোধী কংগ্ৰেছ দলে উত্থাপন কৰা অভিযোগক লৈ এই মন্তব্য ডিব্ৰুগড় জিলা বিজেপি সভাপতি দুলাল বৰা
পূব ডিব্ৰুগড়: অসম পেট্ৰ’কেমিকেলছ লিমিটেডত উৎপাদিত মিথানল বগীবিলৰ পৰা জলপথেৰে বাংলাদেশলৈ প্ৰেৰণ কৰা লৈ এই মন্তব্য APL অধ্যক্ষ
পূব ডিব্ৰুগড়: এলেন একাডেমীৰ স্কলাৰস্বিপ লৈ সৃষ্টি হোৱা বিতৰ্কৰ সম্পৰ্কে সংবাদমেল অনুষ্ঠিত কৰি বিষয়টো সমাধান হোৱা কথা জনাইছে কতৃপক্ষই
পূব ডিব্ৰুগড়: জকাই উলোম পথাৰ গাঁৱত বিলাসী বাহনত ওলাল গৰু ইয়াৰ পাছতে  ৰাইজে গাড়ী ভাঙি চূৰমাৰ কৰিলে বিলাসী বাহন
পূব ডিব্ৰুগড়: ডিব্ৰুগড়ৰ চাউলখোৱা ৰেল ষ্টেচনত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্য
পূব ডিব্ৰুগড়: ডিব্ৰুগড়স্থিত জনপ্ৰিয় কোচিং প্ৰতিষ্ঠান ALLENৰ বিৰুদ্ধে  তীব্ৰ ক্ষোভ প্ৰকাশ অভিভাৱকসকলৰ, অতিৰিক্ত ধন দাবী কৰাৰ  অভিযোগ
পূব ডিব্ৰুগড়: ডিব্ৰুগড়ৰ বগীবিলৰ বিজেপি নেতাই ফোনত ভাবুকি দিয়া পাছতেই এজাৰৰ দাখিল কৰি এই মন্তব্য এজন গাড়ী চালক
টিংখং: বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবা অনুষ্ঠিত হ'ব ৩৪ সংখ্যক লেঙেৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা জনালেই উদ্যোগতা সকলে
পূব ডিব্ৰুগড়: ডিব্ৰুগড় জিলাৰ আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হ'ল  দুৰ্গাপূজাৰ সুৰক্ষিত আৰু শৃংখলাবদ্ধ উদযাপনৰ বাবে পৰ্যালোচনা সভা
পূব ডিব্ৰুগড়: মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ গ্ৰেপ্তাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য জিলা কংগ্ৰেছৰ সভাপতি বিপুল ৰভা
পূব ডিব্ৰুগড়: ডিব্ৰুগড়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ গ্ৰেপ্তাৰ আৰু অপসাৰণৰ দাবীত জিলা কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ
পূব ডিব্ৰুগড়: ডিব্ৰুগড়ত উপস্থিত দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা ৰবি তেজা, উষ্ম আদৰণি অনুৰাগী
পূব ডিব্ৰুগড়: ডিব্ৰুগড়ৰ AMCH অনুষ্ঠিত মিউজিক এবিলিটি ৪.০ শীৰ্ষক অনুষ্ঠান অংশ লৈ এই মন্তব্য মেঘালয় সংগীতশিল্পী লুও মাজাঅ',