Public App Logo
Profile Picture

Utpal Das

@ud.news
10516Followers
1Following
মৰঙী: মৰঙিৰ কৰ্দৈগুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ
মৰঙী: গোলাঘাট ৰঙাজানত গেছ নিৰ্গত হৈ আতংক, বিদ্যুতৰ খুঁটা স্থাপনৰ কাম চলি থকাৰ সময়তে সংঘটিত হয় এক অঘটন
গোলাঘাট: চকৰধৰা পথ দুৰ্ঘটনাৰে জড়িত বাহন চালকক গ্ৰেপ্তাৰ দাবীত ফৰকাটিঙত কৃষক মুক্তি সংগ্ৰাম সমিতি সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ
বোকাখাত: বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক মহকুমা চিকিৎসালয়ত চুৰিকাণ্ড
সৰুপথাৰ: চুঙাজানত মাৰণাস্ত্ৰ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া গোলাঘাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ
গোলাঘাট: একাধিক দাবীত মেৰাপানীত সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ সভাপতি বাবুল দাসৰ প্ৰতিক্ৰিয়া
মৰঙী: খুমটাই সমজিলাৰ সদৰ মৰঙিত স্থাপনৰ সন্দৰ্ভত  ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ মৰঙীত সংবাদমেল
সৰুপথাৰ: অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান ৪টা পিষ্টলসহ এজনক আটক আৰক্ষীৰ
সৰুপথাৰ: গোলাঘাট দক্ষিণ খণ্ড উন্নয়ন বিষয়াৰ সম্পৰ্কত কৰা অভিযোগৰ বৰপথাৰত স্পষ্টীকৰণ ছাত্ৰ নেতা আকাশ দাৱৰ
সৰুপথাৰ: সৰুপথাৰত অবৈধ বাহন স্ক্ৰেপ ডেম্পৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান, মালিকলৈ কাৰণ দৰ্শোৱা জাননী
সৰুপথাৰ: বিধায়ক বিশ্বজিৎ ফুকনৰ সকিয়নীৰ পিছতে তামোল চোৰৰ বিৰুদ্ধে এক্সন আৰম্ভ আৰক্ষীৰ,উৰিয়ামঘাটত জব্দ চোৰাং তামোল ভৰ্তি বাহন
সৰুপথাৰ: বৰপথাৰৰ দীঘলী পথাৰ মাটিখোলা গাঁৱত অঘটন, পুখুৰী সদৃশ এটা দ নলাত পৰি মৃত্যু এজন বিবাহিত যুৱকৰ
মৰঙী: বন্যহস্তীৰ উপদ্ৰৱত সৰ্বস্ব হেৰুওৱা ৪নং ৰংবঙৰ ছাত্ৰৰ কাষত থিয় হ'ল বকিয়াল গজমিত্ৰ দল
সৰুপথাৰ: ৯অক্টোবৰ সৰুপথাৰ নলনীত অনুষ্ঠিত হব কেন্দ্ৰীয় কৰম পৰৱ অনুষ্ঠান, ৰাইজৰ সহযোগিতাৰ আহ্বান আটছাৰ
সৰুপথাৰ: সৰুপথাৰ আৰক্ষীৰ ডাঙৰ সফলতা, জালত পৰিল ৫ জনকৈ দুধৰ্ষ চোৰ
বোকাখাত: গুৱাহাটীত CJP সদস্যক আটক কৰাৰ সন্দৰ্ভত বোকাখাত প্ৰতিক্ৰিয়া জীপল শ্ৰমিক সংঘৰ মুৰব্বী সোণেশ্বৰ নৰহৰ
সৰুপথাৰ: বৰপথাৰত ধপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান, বিদ্যালয়ৰ কাষৰ ৫ খন দোকানৰ পৰা বৃহৎ পৰিমাণৰ গুটখা জব্দ
মৰঙী: আটছাৰ নেতা সুমিত দ্বীপৰ বিৰুদ্ধে এছবিআই পলিচিৰ ধন আত্মসাৎৰ অভিযোগ, মৰঙিত সংবাদমেল
গোলাঘাট: গোলাঘাট কলেজ তিনিআলিত ৰাজ্যিক উশ্বু চেম্পিয়নশ্বিপৰ শুভাৰম্ভ,উদুলি মুদুলি পৰিৱেশত অনুষ্ঠিত খেল
খুমটাই: শেনছোৱা গাঁও পঞ্চায়ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি,  অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন যোৱাত ক্ষোভত শতাধিক মহিলাৰ গৰ্জন
গোলাঘাট: গোলাঘাটত জিলা বিজেপি কাৰ্যালয়ত দলীয় সাংগঠনিক সভা, জিলা সভাপতিৰ অংশগ্ৰহণ
বোকাখাত: বোকাখাত চাহ বাগিচাৰ সমীপত যুগল আটিত ৰজাগড়ত উদ্ধাৰ হ'ল বহুকেইপদ পুৰণি সামগ্ৰী
মৰঙী: মৰঙি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, নুমলীগড় শোধনাগাৰ আৰু দৈগ্ৰোং ব্যৱসায় সংস্থাৰ ৰাজহুৱা স্থান পৰিস্কাৰ কাৰ্যসূচী
খুমটাই: খুমটাইত বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ উদ্যোগত ড্ৰাগছ বিৰোধী ৰেলী আৰু সজাগতা সভা
বোকাখাত: বোকাখাতৰ প্ৰণৱ দলেৰ মুক্তিৰ দাবীত আন্তঃৰাষ্ট্ৰীয় মঞ্চত জোৱাৰ, কেনিয়াত একত্ৰিত ৭খন মহাদেশৰ ২৬টা খিলঞ্জীয়া জনগোষ্ঠী