Public App Logo
Profile Picture

Dibru Barta

@bartadibru
206Followers
2Following
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে 

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত "বাটৰ নাট" প্ৰদৰ্শন।
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> "প্ৰহৰী"ৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠাৰ দিৱসৰ উপলক্ষে 'প্ৰহৰী-প্ৰভাকৰ,ডিব্ৰুগড়' সন্মান প্ৰদান আৰু বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত।
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ৫৫ সংখ্যক ডিব্ৰুগড় জিলা দিৱস উদযাপন। 

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> ডিব্ৰুগড় জিলাৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২২ গৰাকী ব্যক্তিক বিশেষ সম্বৰ্ধণা জিলা প্ৰশাসনৰ।
<nis:link nis:type=tag nis:id=dibrugarh nis:value=dibrugarh nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> এছিয়ান গেছমত স্বৰ্ণপদক জয় অসমকন্যা লাভলীনা বৰগোহাঁইৰ। 

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> মহিলাৰ ৭৫ কেজি শাখাত চীনৰ জিয়ি বাউৰ বিৰুদ্ধে যুঁজ দিছিল লাভলীনাই।
Courtesy:- Sony liv 
<nis:link nis:type=tag nis:id=lavlinaborgohain nis:value=lavlinaborgohain nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> ডিব্ৰুগড় চিটি মহাবিদ্যালয়ত ‘Kaigo in Japan’—জাপানত কেয়াৰগিভিং ক্ষেত্ৰত কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা আৰু সুযোগ সন্দৰ্ভত বিশেষ কাৰ্যসূচী।
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> এজাক বৰষুণতে বুৰিল ডিব্ৰুগড় মহানগৰ।

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> মহানগৰৰ মূল পথ মানকটা পথত সন্ধিয়া অহা বৰষুণত ভয়াৱহ কৃত্ৰিম বান পৰিস্থিতি। 

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> গ্ৰাহাম বজাৰৰ হৰিজন কলনীটো সোমাল পানী।

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> ডিব্ৰুগড় পৌৰনিগমৰ অকৰ্মন্যতাক লৈ সৰৱ মহানগৰবাসী। কেইবাটাও পথ কৃত্ৰিম পানীত বুৰিল
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> টাইৱানত অনুষ্ঠিত হ’ব লগা Asia Pacific Traditional Arts Festival 2026ত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব ডিব্ৰুগড়ৰ Neuwaan Caravan Bandয়ে।ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অতিজৰে পৰা বসবাস কৰা পুৰণি জনজাতি সমূহৰ কলা-কৃষ্টি,গীত-মাত,পুৰণি বাদ‍্যযন্ত্ৰ,লোককথা,সাধুকথা আদিবোৰ সামৰি আগবাঢ়িছে ভাৰতৰ দলতো।

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> আন্তঃৰাষ্ট্ৰীয় এই অনুষ্ঠানৰৰ বাবে দিনে ৰাতিয়ে Neuwaan  Carvan Brandয়ে চলাইছে কঠোৰ অনুশীলন।ক্ৰমাৎ হেৰাবলৈ ধৰা পুৰণি গীত-মাত, বাদ‍্যযন্ত্ৰ, লোক কথাক বিষয়বস্তক লৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ বাবে আগবাঢ়িছে দলটো। দলটোৰ শিল্পী সকল হৈছে ভাষ্কৰ জ‍্যোতি কোঁৱৰ, ৰ’ডালি দত্ত,ৰিম্পি বুঢ়াগোঁহাই,অংগৰাগ ফুকন,আকাশ দৰ্শন্,টিমচিনা চাউদাং বৰুৱা,অন্ন প্ৰশন্ন কাশ‍্যপ আৰু মানস বৰা।
📍ৰাইজৰ ভোট চোৰ কৰাৰ অভিযোগ তুলি দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ডিব্ৰুগড়ৰ চৌকিডিঙীত বাওপন্থী দলসমুহৰ বিক্ষোভ কাৰ্যসূচী.....
নিৰ্বাচনী ব্যৱস্থা আৰু নিৰ্বাচন আয়োগক লৈ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে উত্থাপন কৰি অহা বিভিন্ন অভিযোগৰ বিৰুদ্ধে ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰে ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা সমিতিয়ে।
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> আগন্তক দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন বাবে ঠাই পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষ়ববীয়া।

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> এইবাৰ দেৱী প্ৰতিমা বিসৰ্জনৰ বাবে মাইজান জি’ৰ পইন্ত চূড়ান্ত কৰাৰ সম্ভাৱনা।
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জাতীয়তাবাদী নেতা সঞ্জয় বৰুৱাৰ পৰলোক।

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু তেওঁৰ।

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> মধুমেহ আৰু কিডনী জনিত ৰোগত আক্ৰান্ত আছিল সঞ্জয় বৰুৱা।
ডিব্ৰুগড় মুৰুলীধৰ জালান বাছ আস্থানত সংশ্লিষ্ট লেচী আৰু বাছ মালিক সন্থাৰ সংঘাত। অৱশেষত ৱেষ্টাৰ্ণ বাছ অৰ্ণাছ এচোছিয়েশ্যনে নিজাকৈ নিয়োজিত কৰিলে টাইম কীপাৰ।
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> জকাই উলোম পথাৰ গাঁৱত বিলাসী বাহন এৰি  গৰু চোৰ পলায়ন, 

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> ৰাইজে গাড়ী ভাঙি চূৰমাৰ মাৰুটি চুইফট

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> বৰবৰুৱা আৰক্ষীয়ে  জব্দ কৰিলে গাড়ী।
স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী দিবা-নৈশ ফুটবলৰ মহা আয়োজন। প্ৰাইজমানী ৰাষ্ট্ৰীয় ফুটবল খেলত ৰাজ্যৰ লগতে দেশৰ কেইবাটাও আগশাৰীৰ দলৰ অংশ গ্ৰহণ নিশ্চিত।
<nis:link nis:type=tag nis:id=football nis:value=football nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=matoksanmilon nis:value=matoksanmilon nis:enabled=true nis:link/>
লেপেটকটা চাহ বাগিছাৰ পূজা খেলপথাৰত ধুমধামেৰে অনুষ্ঠিত  কৰম সন্মিলন। লেপেটকটা জ্ঞানজ্যোতি সংঘৰ উদ্যোগত আৰু স্থানীয় চাহ শ্ৰমিক তথা ৰাইজৰ পূৰ্ণ সহযোগত আয়োজন কৰা হয় এই বৰ্ণাঢ্য অনুষ্ঠানৰ.....
আহি পালে শাৰদীয় দুৰ্গোৎসৱ। ঐতিহ্যমণ্ডিত আমোলাপট্টী নাট্য মন্দিৰৰ ১৫৬ সংখ্যক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ লাইখুটা স্থাপন।
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> ৰাখে হৰি মাৰে কোনে’ বগীবিল দলঙৰ সমীপত সংঘটিত ভয়াবহ ঘটনাই সঁচা প্ৰমাণিত কৰিছে এইশাৰী ডাকৰ বচন।

<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> ভয়াবহ দুৰ্ঘটনাত মটৰচাইকেল আৰোহিগৰাকী আৰু পিকআপ বাহনখনৰ ড্ৰাইভাৰ হেণ্ডিমেন দুজন আচৰিতভাবে সামান‍্যহে আঘাটপ্ৰাপ্ত হয়।
চাওঁক সম্পূৰ্ণ ভিডিঅ।
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> বগীবিল ব্ৰীজৰ টোল গেটৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।
<nis:link nis:type=tag nis:id=accident nis:value=accident nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=bogibil nis:value=bogibil nis:enabled=true nis:link/>
# CMO Assam
Video 18
🔥 ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড

🔥 এএমচি বাচ ষ্টেণ্ডৰ সমীপত সংঘটিত অগ্নিকণ্ড 

🔥 দুটা কে চিলিণ্ডাৰ বিস্ফৰণৰ 

<nis:link nis:type=tag nis:id=assamnews nis:value=AssamNews nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=firebreaksout nis:value=FireBreaksOut nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=dibrugarh nis:value=dibrugarh nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> মচজিদৰ আজানক সন্মান জনাই কিছু সময় ভাষন স্থগিত কৰিলে মন্ত্ৰী বিমল বড়াই
<nis:link nis:type=tag nis:id=bimalborah nis:value=bimalborah nis:enabled=true nis:link/>
দুদিনীয়াকৈ অনুষ্ঠিত ডিব্ৰুগড় চিৰিং চাপৰি নামঘৰৰ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠান। ভক্তিভাৱত বুৰ গৈছে সমগ্ৰ অঞ্চল।
<nis:link nis:type=tag nis:id=assameseculture nis:value=Assameseculture nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=chiringchapori nis:value=Chiringchapori nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=চিৰিংচাপৰি nis:value=চিৰিংচাপৰি nis:enabled=true nis:link/>
ডিব্ৰুগড়ৰ থানা চাৰিআলিত আবেগ-অনুভূতিৰে ‘জুবিন দিৱস’ পালন!গীতে-মাতে প্ৰাণৰ শিল্পীক স্মৰণ; উচিত ন্যায়ৰ দাবীত ঐক্যবদ্ধ ডিব্ৰুগড়বাসী। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় সাহিত্য সভা, ডিব্ৰুগড় যুৱ সমাজৰ উদ্যোগত বিশাল আয়োজন।
Video 23
<nis:link nis:type=tag nis:id=# nis:value=# nis:enabled=true nis:link/> ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন দিৱস পালন।