Public App Logo
Profile Picture

Malobika bora

@malobikabora1991
112261Followers
4Following
গোলাঘাট: গোলাঘাটত ড্ৰাগচৰ ফলত মৃত্যু হোঁৱা যুৱকৰ সন্দৰ্ভত জিলা দণ্ডাধীশৰ মন্তব্য
গোলাঘাট: নতুন আমোলাপট্টিত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ,অত্যাধিক ড্ৰাগচ সেৱন কৰাৰ ফলতেই মৃত্যুৰ সন্দেহ
সৰুপথাৰ: জাপানত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত আজি স্বৰ্ণ জয়ৰ লক্ষ্যৰে বক্সিং ৰিঙত নামিব অসমকণ্যা লাভলীনা বৰগোঁহাই,উৎফুল্লিত ৰাইজ
গোলাঘাট: গোলাঘাটৰ  ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৰমপানীৰ সমিপত বন্যহস্তীৰ আক্ৰমণত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত এজনক চিকিৎসালয়ত ভৰ্তি
সৰুপথাৰ: কংগ্ৰেছৰ নিৰ্বাচন আয়োগ আৰু EVM-ৰ  অভিযোগ সন্দৰ্ভত সৰুপথাৰত বিধায়ক বিশ্বজিত ফুকনৰ সংবাদ মেল
গোলাঘাট: গোলাঘাট কমাৰ্চ কলেজত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ কেন্দ্ৰিক ঘটনা সন্দৰ্ভত দোষীক শাস্তিৰ দাবী কৃষক নেতা বিদ্যুত শইকীয়াইৰ
সৰুপথাৰ: সৰুপথাৰ সমজিলাৰ বৰপথাৰত চোৰাং তামোলভৰ্তি বাহন জব্দ, ঘটনা সন্দৰ্ভত দুজনক আটক
দেৰগাঁও: ৪৪বছৰত ভৰি দিয়া দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱৰ বিশেষ আকৰ্ষণ ৰাৱণ দাহৰ সন্দৰ্ভত কমিটিৰ ৰাইজলৈ আহ্বান
গোলাঘাট: গোলাঘাটৰ চকৰধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা,Scorpio বাহনৰ খুন্দাত নিজ বাসগৃহৰ  মাত্ৰ ১ কিঃমিঃ দূৰত্বত মৃত্যু দুই ভাতৃৰ
গোলাঘাট: গোলাঘাটত ছাত্ৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা টাই আহোম ছাত্ৰ সন্থাৰ
গোলাঘাট: ৰাজ্যৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ দুৰৱস্থাৰ অভিযোগ উত্থাপন কৰি গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল
গোলাঘাট: ভূমি সংৰক্ষণ আইন প্ৰণয়নৰ দাবীত গোলাঘাট ত্ৰিমূৰ্তি ক্ষেত্ৰত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী  বীৰ লাচিত সেনা অসমৰ
গোলাঘাট: ছাত্ৰ ৰাজনীতিৰ নামত গোলাঘাট কমাৰ্চ কলেজত ভয়ংকৰ ঘটনা, আগন্তক ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰাক ক্ষণত তেজেৰে ৰাঙলী হল ছাত্ৰ
গোলাঘাট: গোলাঘাটৰ সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত দহ হাজাৰ গছপুলি ৰোপণৰ শুভাৰম্ভ
বোকাখাত: ২০২৬/২০২৭ কাজিৰঙা পৰ্য‍্যটন বৰ্ষৰ মুকলিৰ ঘোষণাৰ পিচতেই পৰ্যটকক আদৰিবলৈ সাজু টুৰিষ্ট গাইড আৰু  জীপ চালক সকল
গোলাঘাট: গোলাঘাটত বিশ্ব বধিৰ সপ্তাহ পালন,বিশ্ব,দেশ,অসমৰ লগতে গোলাঘাট জিলাতো পালন কৰা হয় এই দিৱস
গোলাঘাট: গোলাঘাটৰ লুৰুকীহাটৰ আখৈফুটীয়াত ৪২ বস্তা চাউল জব্দ,ধান বনা মিলত FCIৰ চাউল বিক্ৰীৰ সন্দেহ
গোলাঘাট: সেৱা সংকল্প অভিযান'ৰ অংশ হিচাপে গমাৰিগুৰি উন্নয়ন খণ্ডত 'বন অধিকাৰ আইন, ২০০৬'  সম্পৰ্কীয় সজাগতা সভা,উপস্থিত জিলা আয়ুক্ত
সৰুপথাৰ: সামাজিক মাধ্যমত বি ডি অ'ৰ বিৰুদ্ধে অনা অভিযোগ প্ৰমাণৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতিৰ বিৰুদ্ধে এজাহাৰ
গোলাঘাট: গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সমীপত নিৰ্মীয়মান ৰেলৱে উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য্য পৰিদৰ্শন জিলা আয়ুক্তৰ
দেৰগাঁও: দেৰগাঁৱত ভুৱা সাংবাদিকৰ বিৰুদ্ধে অভিযোগ,  ইয়ালুদ্দিন হুছেইন  নামৰ এজন যুৱকৰ বিৰুদ্ধে অভিযোগ আৰক্ষী থানাত
দেৰগাঁও: দেৰগাঁৱত ভুৱা সাংবাদিকৰ বিৰুদ্ধে অভিযোগ,  ইয়ালুদ্দিন হুছেইন  নামৰ এজন যুৱকৰ বিৰুদ্ধে অভিযোগ আৰক্ষী থানাত
গোলাঘাট: গোলাঘাটৰ মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযানত অস্ত্ৰ শস্ত্ৰ সহ বৃহৎ পৰিমাণৰ   আপত্তি জনক সামগ্ৰী উদ্ধাৰ
গোলাঘাট: গোলাঘাট জিলা প্ৰশাসনৰ লগতে বিভাগৰ বিষয়া সকলৰ  শিশু শ্ৰম বিৰোধী  অভিযান
গোলাঘাট: গোলাঘাট জিলা আয়ুক্তৰ বেঙ্গুলী হাইস্কুল পৰিদৰ্শন কৰি বিদ্যালয়ৰ মূল আন্ত গাঁথনি সন্দৰ্ভত  পৰ্য্যালোচনা