Public App Logo
Profile Picture

Bilasipara News

@bilasipara
37433Followers
7Following
ধুবুৰী ভাগ: আগমনিত সংঘটিত লাভ জেহাদৰ ঘটনা। দুই সন্তানৰ মাতৃ পলুৱাই লৈ গল মুছলমান যুৱকে, ভুক্তভোগী স্বামীৰ প্ৰতিক্ৰিয়া।
বিলাসীপাৰা ভাগ: চাপৰৰ চাহ বাগিচাত ফুটবল খেলুৱৈ সন্দৰ্ভত বিলাসীপাৰা সমষ্টিৰ বিধায়ক জীবেশ ৰায়ৰ প্ৰতিক্ৰিয়া।
ধুবুৰী ভাগ: আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত কালাচানপাৰা চৰৰ ৪১ বিঘা ভূমিক লৈ বিবাদলৈ স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া।
ধুবুৰী ভাগ: আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত কালাচানপাৰা চৰৰ ৪১ বিঘা ভূমিক লৈ বিবাদলৈ স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া।
ধুবুৰী ভাগ: আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত কালাচানপাৰা চৰৰ ৪১ বিঘা ভূমিক লৈ বিবাদলৈ স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া।
ধুবুৰী ভাগ: আটানি উন্নয়ন খণ্ড বিষয়াক আক্ৰমণৰ চেষ্টা চলোৱা দম্পতীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত সচেতন ব্যক্তিৰ প্ৰতিক্ৰিয়া।
ধুবুৰী ভাগ: আটানি উন্নয়ন খণ্ড বিষয়াক আক্ৰমণৰ সন্দৰ্ভত আঞ্চলিক সদস্যৰ প্ৰতিক্ৰিয়া।
বিলাসীপাৰা ভাগ: দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এগৰাকী আৰক্ষী বিষয়াৰ বাঁহীত দেশপ্ৰেমমূলক গীতৰ সুৰ তুলিলে
বিলাসীপাৰা ভাগ: সমগ্ৰ দেশৰ লগতে বিলাসীপাৰাতো সম জিলা প্ৰশাসনৰ উদ্যোগত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।
বিলাসীপাৰা ভাগ: বিলাসীপাৰাৰ সাপটগ্ৰাম টিপকাই নদীত এগৰাকী স্কুলীয়া ছাত্ৰী সন্ধানহীন হোৱা সন্দৰ্ভত স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া।
ধুবুৰী ভাগ: ধুবুৰীৰ বন্দিহানাৰ চালবান্দাত চাঞ্চল্যকৰ হত্যাকাণ্ড।
স্বামীৰ হাতত প্ৰাণ গল পত্নীৰ।
ধুবুৰী ভাগ: তামাৰহাটত  গংগাধৰ মহলৰ শিল কঢ়িওৱা ট্ৰেক্টৰক কেন্দ্ৰ কৰি উত্বপ্ত পৰিস্থিতি সন্দৰ্ভত স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া।
ধুবুৰী ভাগ: তামাৰহাটত  গংগাধৰ মহলৰ শিল কঢ়িওৱা ট্ৰেক্টৰক কেন্দ্ৰ কৰি উত্বপ্ত পৰিস্থিতি সন্দৰ্ভত  ভুক্তভোগীৰ প্ৰতিক্ৰিয়া।
ধুবুৰী ভাগ: তামাৰহাটত  গংগাধৰ মহলৰ শিল কঢ়িওৱা ট্ৰেক্টৰক কেন্দ্ৰ কৰি উত্বপ্ত পৰিস্থিতি সন্দৰ্ভত গাড়ীৰ মালিকৰ প্ৰতিক্ৰিয়া।
বিলাসীপাৰা ভাগ: বিলাসীপাৰা বেলতলী বজাৰত এখন জুৱেলাৰী দোকানত চুৰি কাণ্ডৰ ঘটনা।
ধুবুৰী ভাগ: বিৰসিং জৰুৱা বিধানসভা সমষ্টিত দেশৰ 80 তম্ স্বাধীনতা দিৱস উপলক্ষে ত্ৰিৰংগা যাত্ৰা সন্দৰ্ভত বিজেপি কৰ্মীৰ প্ৰতিক্ৰিয়া।
বিলাসীপাৰা ভাগ: বিলাসীপাৰাৰ বেলতলী বজাৰত এখন জুৱেলাৰী দোকানত চুৰি হোৱা সন্দৰ্ভত জুৱেলাৰীৰ স্বাত্বাধিকাৰীৰ প্ৰতিক্ৰিয়া।
বিলাসীপাৰা ভাগ: বিলাসীপাৰাৰ বেলতলী বজাৰত এখন জুৱেলাৰী দোকানত চুৰি হোৱা সন্দৰ্ভত স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া।
বিলাসীপাৰা ভাগ: বিলাসীপাৰাত বজ্ৰপাত পৰি একেখন পৰিয়ালৰ তিনিজন আহত হোৱাৰ লগতে দুজনী গাই গৰু নিহত সন্দৰ্ভত স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া।
বিলাসীপাৰা ভাগ: বিলাসীপাৰাত বজ্ৰপাত পৰি একেখন পৰিয়ালৰ তিনিজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে দুজনী গাই গৰু নিহত হয়।
ধুবুৰী ভাগ: আটানি খণ্ড উন্নয়ন বিষয়াক প্ৰানে মৰাৰ ভাবুকি প্ৰদান সন্দৰ্ভত বিষয়া গৰাকীৰ প্ৰতিক্ৰিয়া।
বিলাসীপাৰা ভাগ: চাপৰ থানাৰ পৰা এজন আচামী পলায়নকলৈ ভুক্তভোগী পৰিয়ালৰ প্ৰতিক্ৰিয়া।
ধুবুৰী ভাগ: গোৱালপাৰীয়া গায়কৰ ৰুপত ধুবুৰীৰ বিধায়িকা বেবী বেগম।
বিলাসীপাৰা ভাগ: শ্ৰীগ্ৰামত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতিত স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগত পত্নীৰ ভাতৃৰ প্ৰতিক্ৰিয়া।
বিলাসীপাৰা ভাগ: বিলাসীপাৰাৰ শ্ৰীগ্ৰামত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ।