Public App Logo
Profile Picture

চন্দন হীৰা

@chandanhiramorigaon
3619Followers
1Following
মৰিগাঁও: মৰিমুছলমান গাঁৱৰ আজাদ ক্লাৱৰ সন্মুখত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ মন্তব্য প্ৰকাশ
মৰিগাঁও: জিলা আয়ুক্ত  সৃষ্টি সিং,, আয়ুক্ত কাৰ্যালয় চৌহদত চলি থকা পোষ্টেল বেলট ভোটদান ব্যৱস্থাৰ পৰ্যালোচনা কৰে আৰু বুজ লয়
মৰিগাঁও: জিলাত আৰম্ভ হৈছে হোম ভোটিং বা ঘৰৰ পৰাই ভোটদান প্ৰক্ৰিয়া
মৰিগাঁও: জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ভোটগ্ৰহণ দিৱসৰ পূৰ্বে পৰিবহণ ব্যৱস্থাৰ প্ৰস্তুতিৰ বুজ ল'লে জিলা আয়ুক্তই
মৰিগাঁও: মানিপুৰত  ছাত্ৰ-ছাত্ৰীৰ মাজত সঘন IEC সজাগতা অভিযান অনুষ্ঠিত
মৰিগাঁও: নগাঁও লোকসভা উপ-নিৰ্বাচন এইবাৰ ৰাইজে সমৰ্থন কৰিব বিজেপিক চৰাইবাহীত এই মন্তব্য পল্লৱ লোচন দাসৰ
মৰিগাঁও: ধৰমতুলৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
মৰিগাঁও: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি দলংঘাট দ’ল মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত জনসভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী
মৰিগাঁও: উপ-নিৰ্বাচন চৰকাৰ ভাঙা-পতাৰ খেল নহয়, বৰঞ্চ উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ এক প্ৰয়াস ডমালত এই মন্তব্য মন্ত্ৰীৰ
মৰিগাঁও: ডুংগাবড়ী গাওঁ পঞ্চায়তত নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী  সমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
মৰিগাঁও: লাহৰীঘাট বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত কংগ্ৰেছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়
মৰিগাঁও: মৈৰাবাৰীত শিৱামণি বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ
মৰিগাঁও: আমি ইনশাআল্লাহ 100% জিকি আছোঁ 75% থাকি আমি বেছি জিকি আছোঁ নগাবন্ধাত এই মন্তব্য বদৰুদ্দিন আজমলৰ
মৰিগাঁও: *মৈৰাবাৰীত সমন্বিত স্বাস্থ্য শিবিৰ অনুষ্ঠিত
মৰিগাঁও: জিলাৰ মাজমজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছক আক্ৰমণ, শিৱামণি বৰাক ক’লে ‘ছাইলেণ্ট ব্ৰাইড’
মৰিগাঁও: জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত *নাও সুৰক্ষা ব্যৱস্থাক লৈ  জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বৈঠক অনুস্থিত
মৰিগাঁও: ভূৰবন্ধাত মৰিগাওঁত বিশ্ব জলাতংক দিৱস উপলক্ষে সজাগতা কাৰ্যসূচী অনুষ্ঠিত
মৰিগাঁও: জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৯-নগাঁও সংসদীয় উপ-নিৰ্বাচন ২০২৬ উপলক্ষে কমিছনিং প্ৰস্তুতি পৰ্যালোচনা সভা অনুষ্ঠিত
মৰিগাঁও: আয়ুক্ত  সৃষ্টি সিং ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মহমাৰী পথাৰ গাওঁস্থিত নাও দুৰ্ঘটনা ঘটনাস্থলী পৰিদৰ্শন কৰে
মৰিগাঁও: মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেষ কুমাৰৰ পদত্যাগৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক-পত্ৰ প্ৰদান জিলা আয়ুক্তক
মৰিগাঁও: নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপি দলৰ বেনাৰ পোষ্টাৰ ফালি তহিলং দুৰ্বৃত্তৰ, খন্দা পুখুৰীত নিৰ্বাচনী হিংসা
মৰিগাঁও: লাহৰীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়, ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা সংঘটিত হয়
মৰিগাঁও: শ'লমাৰীত নিৰ্বাচনী প্ৰচাৰ চলালে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং
মৰিগাঁও: জাগীৰোডত কংগ্ৰেছ দলৰ প্ৰচাৰ অভিযান, জাগীৰোডৰ সাধাৰণ লোকৰ হাতে হাতে গোহাৰি বিতৰণ কৰে কংগ্ৰেছ দলে
মৰিগাঁও: নগাঁৱৰ উপ নিৰ্বাচনত সংখ্যালঘু এলেকাত  হেলিকপ্টাৰেৰে প্ৰচাৰ পীযুষ হাজৰিকাৰ, নগাবন্ধাৰ সংখ্যালঘু এলেকাত ব্যাপক প্ৰচাৰ BJP