Public App Logo
Profile Picture

Bilasipara Express 24

@bilasipara24
73Followers
1Following
নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ পদত্যাগৰ দাবীত বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।
বিলাসীপাৰাবাসীৰ বাবে ভাল খবৰ ।
নতুন আধাৰ আৰু আধাৰ আপডেটৰ আপোনাৰ ওচৰতে আধাৰ কেন্দ্ৰ ।
বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপলব্ধ আধাৰ কেন্দ্ৰ ।

<nis:link nis:type=tag nis:id=bilasipara nis:value=bilasipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=dhubri nis:value=dhubri nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=virel nis:value=virel nis:enabled=true nis:link/> #
Video 2
বিলাসীপাৰাত গঢ়াখহনীয়া প্ৰতিৰোধী আচঁনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ  উত্থাপন হৈছে।
বিলাসীপাৰাত যমদুৱাৰ ১ ম খণ্ড গাঁৱৰ ঐতিহাসিক শ্ৰীশ্ৰী কালি মন্দিৰত দুস্কৃতিকাৰীয়ে চলালে চুৰি কাণ্ড, লণ্ড-ভণ্ড কৰিলে মন্দিৰৰ সা সামগ্ৰী
বিলাসীপাৰা ৰাণীগঞ্জ আৰক্ষীৰ  বাহন খুন্দা মাৰি পলায়ন চেষ্টা গৰু সৰবৰাহকাৰী।
দুটা গৰু সহ এজনক আটক।
আৰক্ষীৰ বাহন খুন্দা মাৰি পলায়ন চেষ্টা গৰু সৰবৰাহকাৰী।
বিলাসীপাৰা ৰাণীগঞ্জ আৰক্ষীয়ে নিশা চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই।
অভিযানৰ সময়ত গৰু সৰবৰাহকাৰীয়ে বাহন খন আৰক্ষীয়ে ৰখা হ'বলৈ চেষ্টা কৰে যদিও।
গৰু সৰবৰাহকাৰী আৰক্ষী বাহনক খুন্দা মাৰি পলায়নৰ চেষ্টা।
পিছত এজন গৰু সৰবৰাহকাৰী আটক কৰে লগতে গাড়ী সহ দুটা গৰু জব্দ কৰে।
বিলাসীপাৰাৰ আৱৰ্ত ভৱনত আজি সন্ধিয়া আহি উপস্থিত হয় অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ।
👉বিলাসীপাৰাত বন বিভাগৰ সফল অভিযান।
👉শালকোছা আঞ্চলিক আৰু ৰোকাখাতা খণ্ড বিন বিভাগৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমানৰ কাঠ।
👉হাতীপোতা ২য় খণ্ডৰ সুমাৰ আলীয়ে দীৰ্ঘ দিনৰে পৰা চলাইছিল শাল,চেগুণৰ ৰমৰমীয়া অবৈধ ব্যৱসায়।
বিলাসীপাৰা চহৰত ভয়ংকৰ ভুমি কেন্দ্ৰীক সংঘাত।
👉প্ৰাক্তন বিধায়কৰ ঘৰত অতৰ্কিতে চলোৱা আক্ৰমণত  গুৰুতৰ ভাবে আহঁত দুগৰাকী মহিলা।
👉আক্ৰমণকাৰীয়ে মহিলা দুজনক গুৰলা-গুৰুলকৈ মাৰপিট কৰাৰ লগতে ঘৰৰ আচবাব পত্ৰও চুৰ্চমৈ কৰি পেলায়।
বিলাসীপাৰা কাজাইকাটাৰ যুৱক ছকমান আলীৰ মহানুভৱতা।

য়োৱা ১৫ ছেপ্টেম্বৰত গুটিপাৰা প্ৰথম খণ্ড গাঁৱৰ জহৰ আলীৰ বাসগৃহত অগ্নিকাণ্ড ঘটনা সংঘটিত হয়।
এই ভয়াবহ অগ্নিকাণ্ডই জহৰ উদ্দিনৰ দৰিদ্ৰ পৰিয়ালটোলৈ অন্ধকাৰ নমাই আনিলে।

দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি আগবঢ়োৱা মহানুভৱতা সঁচাকৈয়ে প্ৰশংসনীয় আৰু সমাজৰ বাবে এক আদৰ্শ।

<nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=virel nis:value=virel nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=dhubri nis:value=dhubri nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=bilasipara nis:value=bilasipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=virelvideo nis:value=virelvideo nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=protest nis:value=protest nis:enabled=true nis:link/>
বিলাসীপাৰা কাজাইকাটাৰ যুৱক ছকমান আলীৰ মহানুভৱতা।
য়োৱা ১৫ ছেপ্টেম্বৰত গুটিপাৰা প্ৰথম খণ্ড গাঁৱৰ জহৰ আলীৰ বাসগৃহত অগ্নিকাণ্ড ঘটনা সংঘটিত হয়।
এই ভয়াবহ অগ্নিকাণ্ডই জহৰ উদ্দিনৰ দৰিদ্ৰ পৰিয়ালটোলৈ অন্ধকাৰ নমাই আনিলে।

দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি আগবঢ়োৱা মহানুভৱতা সঁচাকৈয়ে প্ৰশংসনীয় আৰু সমাজৰ বাবে এক আদৰ্শ।

<nis:link nis:type=tag nis:id=virelvideo nis:value=virelvideo nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=virel nis:value=virel nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=bilashipara nis:value=bilashipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=bilasipara nis:value=bilasipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=dhubri nis:value=dhubri nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=bjp nis:value=BJP nis:enabled=true nis:link/>
নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ হাফিজ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য।
📌২৫ ছেপ্টেম্বৰত ৰাজপথ কঁপাবলৈ সাজু কলিতা জনগোষ্ঠী
📌বাইহাটা চাৰিআলিৰ মোদনপুৰ টোল প্লাজাৰ সমীপত পথ অৱৰোধ
📌ভূমি আৰু ৰাজহ সংশোধনী বিধেয়ক ২০২৬ৰ বিৰোধিতা
📌বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী AKSU ৰ

<nis:link nis:type=tag nis:id=assam nis:value=Assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=aksu nis:value=AKSU nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=protest nis:value=Protest nis:enabled=true nis:link/>
বিলাসীপাৰাবাসীৰ বাবে আহিছে এক সু-খবৰ!
আপুনি মাত্ৰ ১ টকাত কোচিং কৰিব বিচাৰিছে নেকি?
তেন্তে এই সুযোগ আপোনাৰ বাবেই!
বিলাসীপাৰাৰ সূৰ্য্যখাতাত শুভ উদ্বোধন কৰা হৈছে Next Gen Coaching Centre।

<nis:link nis:type=tag nis:id=bilasipara nis:value=bilasipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=dhubri nis:value=dhubri nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=bilasipara nis:value=bilasipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=virel nis:value=virel nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/>
প্ৰবীণ চক্ৰৱৰ্তী , হিমাংশু বৰ্মন আৰু জুবিন বৰ্মন তিনি যুৱকে গৰু চুৰি কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰে।
ঘটনাৰ স্থান ফকিৰাগ্ৰাম ।

<nis:link nis:type=tag nis:id=bilasipara nis:value=bilasipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=dhubri nis:value=dhubri nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=virel nis:value=virel nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=bilashipara nis:value=bilashipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=virelvideo nis:value=virelvideo nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=bjp nis:value=BJP nis:enabled=true nis:link/>
অসম চৰকাৰৰ ভূমি আৰু ৰাজহ সংশোধনী বিধেয়ক লৈ সদৌ কলিতা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ।

<nis:link nis:type=tag nis:id=bilasipara nis:value=bilasipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=dhubri nis:value=dhubri nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=virel nis:value=virel nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=bjp nis:value=bjp nis:enabled=true nis:link/>
👉 চৰকাৰ তথা আৰক্ষী কঠোৰ হোৱাৰ পিছতো বিলাসীপাৰাত একাংশ দুষ্টচক্ৰই চলাইছে নিষিদ্ধ মাংসৰ ৰমৰমীয়া ব্যৱসায়।
👉বিলাসীপাৰা আৰক্ষীয়ে চৰাঞ্চলত তেনে ব্যৱসায়ী আৰু নিষিদ্ধ মাংসৰ বিৰুদ্ধে চলায় অভিযান।
চৰ অঞ্চলৰ প্ৰিয় খেল হা-ডু-ডু 
কাঠাল দি যুৱ সংঘৰ উদ্যোগত নিবা নৈত খেল প্ৰতিযোগিতা শুভ উদ্বোধন দৃশ্য
বহু প্ৰত্যাশিত ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰুৱাবাখৰাত আদানি তাপ বিদ্যুৎ প্ৰকল্পৰ আজি ভূমি পূজন অনুষ্ঠান। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আজি আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে এই প্ৰত্যাশিত প্ৰকল্পটো
বহু প্ৰত্যাশিত ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰুৱাবাখৰাত আদানি তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠান। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আজি আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰিব এই প্ৰত্যাশিত প্ৰকল্পটো।
👉বিলাসীপাৰাৰ কাজাইকাটা 
ষষ্ট খণ্ড গাওঁত সংঘটিত হয় এক লোমহৰ্ষক হত্যা কাণ্ড।
👉নিশা খেতি পথাৰত তেজৰে তুমুৰলি হৈ পৰি থকা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ।
👉মুৰত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ প্ৰত্যক্ষ দৰ্শীৰ।
👉
👉সোধ-পোছৰ বাবে স্বামী জমৰ আলীক থানা লৈ যোৱাৰ সময়ত।
বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
👉প্ৰকৃত হত্যাকাৰী আৰু হত্যাৰ কাৰণ লৈ বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
👉বিলাসীপাৰাৰ কাজাইকাটা 
ষষ্ট খণ্ড গাওঁত সংঘটিত হয় এক লোমহৰ্ষক হত্যা কাণ্ড।
👉নিশা খেতি পথাৰত তেজৰে তুমুৰলি হৈ পৰি থকা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ।
👉মুৰত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ প্ৰত্যক্ষ দৰ্শীৰ।
👉
বিলাসীপাৰাৰ কাজাইকাটা ষষ্ট খণ্ড গাওঁত সংঘটিত হয় এক লোমহৰ্ষক হত্যা কাণ্ড।
👉নিশা খেতি পথাৰত তেজৰে তুমুৰলি হৈ পৰি থকা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ।
👉মুৰত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ প্ৰত্যক্ষ দৰ্শীৰ।