Public App Logo
Profile Picture

Prime News

@usr80672417
124Followers
0Following
📌 সাহসী পাইলট স্মিত মাচ্চাৰক হাস্পতালত সাক্ষাৎ ডুবাইৰ ক্ৰাউন প্ৰীন্সৰ। 
📌 ভাৰতীয় কেপ্টেইন স্মিত মাচ্চাৰৰ সাহসিকতাক ছেল্যুট জনায় প্ৰীন্সে।
📌  নলবাৰী অৰৰাৰ কল্পনা ডেকা সন্ধানহীন
📌 মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ কৰা কুংকি চৌধুৰীক আটক দিল্লী আৰক্ষীৰ।
📌 টীয়কত গৰিমা গাৰ্গে শুভাৰম্ভ কৰিলে জুবিন গাৰ্গ মিনি অর্কিড উদ্যান
📌   বৰপেটাত  তৃতীয় বাৰ্ষিক স্বৰ্গীয় টিকেন্দ্ৰ নাথ দাস সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা
📌  নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱৰ ৰূপহীহাটত  উত্তে*জনাময় পৰিস্থিতি
📌 নলবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি  
📌  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত থাকে গৰিমা গাৰ্গ
📌 বালিকৰিয়াত নটৰাজ কলা কেন্দ্ৰৰ উদ্যোগত মহিলা কবিতা আবৃত্তি প্ৰতিযোগিতা
📌 নগাঁৱৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীলৈ চুমা এগৰাকী মহিলাৰ
📌  ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
📌 নলবাৰী নাট্য মন্দিৰত 'নমো সেৱা গাঁথা' নাট প্রদর্শন
📌কেপ্টেইন স্মিত মচাৰৰ সৈতে ভিডিঅ’ কলযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
📌 ৰূপহীহাটৰ হাতীপাৰাত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা
📌   পাঠশালাত ভ্ৰাম্যমাণ ঐক্যমঞ্চৰ উদ্যোগত ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদিন পালন
📌  নগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।
📌 বজালীৰ সাদেৰী গাঁও পঞ্চায়তত গান্ধী জয়ন্তী উদযাপন, বিশেষ গাঁওসভা সম্পন্ন
📌 নলবাৰীত বাঘ হাজৰিকা ঐক্য মঞ্চৰ এজাহাৰ দাখিল
📌  ৰূপহীহাট সমষ্টিৰ বৰঘূলীত  কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা
<nis:link nis:type=tag nis:id=newsfeed nis:value=NewsFeed nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=newsupdate nis:value=newsupdate nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assamnews nis:value=assamnews nis:enabled=true nis:link/>
📌 কেনেদৰে সংঘটিত হৈছিল বৰুৱা ৰোডৰ অ*গ্নিকাণ্ড?
📌 প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি গ'ল জু*ইত জাহ
📌 নলবাৰীৰ সৰিয়হতলীত ১৩৬ বেটেলিয়ন চিআৰপিএফৰ ৰক্তদান কার্যসূচী
📌 বানাক্ৰান্ত ৯০০ পৰিয়াললৈ IECCIৰ সাহায্য, ১৯ বিধ সামগ্রী বিতৰণ
📌 নলবাৰীৰ বৰুৱা ৰোডত অগ্নি*কাণ্ড, ভস্মীভূত তিনিখন দোকান
📌  বৰপেটা সত্ৰৰ সন্মুখত বিধায়ক দীপক কুমাৰ দাসৰ চাফাই অভিযান
📌  ঐতিহাসিক বৰআলি পুনৰ নিৰ্মাণৰ দাবীত পথ অৱৰোধ ৰাইজৰ  ।