Public App Logo
Profile Picture

Jerina R HaZarika

@jerina7
12065Followers
1Following
তিনিচুকীয়া: শদিয়া সম-জিলাত সেৱা সংকল্প শিবিৰ ,উপস্থিত জিলা আয়ুক্ত সুমিত সাত্তাৱান
তিনিচুকীয়া: লিডুৰ ঝৰ্ণা বস্তীৰ মাটি ফাট মেলাৰ  অভিযোগৰ মাজতে ঘটনাস্থলীত বিধায়ক ভাস্কৰ শৰ্মা
তিনিচুকীয়া: জাগুন দৈনিক বজাৰৰ নিবিদাক লৈ বিতৰ্ক, সদৰত জিলা পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ
তিনিচুকীয়া: বৰহাপজানৰ সু-প্ৰভাত ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটত দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ
তিনিচুকীয়া: মাকুমত আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে বিনামূলীয়া স্বাস্থ্য শিবিৰ
তিনিচুকীয়া: লিডুত ভয়ংকৰ পথ দুৰ্ঘটনা, তিনিজন আৰোহী গুৰুতৰভাৱে আহত
তিনিচুকীয়া: মাকুম পৌৰসভাৰ উদ্যোগত  ‘এক দিন, এক ঘণ্টা’ বিশেষ স্বচ্ছতা অভিযান,উপস্থিত বিধায়ক সঞ্জয় কিষান
তিনিচুকীয়া: সদৰ পৌৰসভাত নিশা উত্তপ্ত পৰিস্থিতি - চাফাই কৰ্মীৰ প্ৰতিবাদ
তিনিচুকীয়া: জিলা পৰিবহন বিভাগৰ উদ্যোগত সদৰত Speed Limiting Device – SLD নথকা বাহনৰ বিৰুদ্ধে এক বিশেষ অভিযান
তিনিচুকীয়া: মাকুম পৌৰসভা কাৰ্যালয়ত স্বচ্ছতাহি সেৱা কাৰ্যসূচীত মাকুমৰ ৪৭ জন চাফাই কৰ্মীক সম্বৰ্ধনা
তিনিচুকীয়া: চুলাইৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীৰ বৃহৎ অভিযান,
৬০০ লিটাৰ চুলাই ধ্বংস
তিনিচুকীয়া: সদৰত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক — জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত
তিনিচুকীয়া: শদিয়াত সেৱা সংকল্প অভিযান শিবিৰৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
তিনিচুকীয়া: সদৰত দ্বিতীয় দিনাও অব্যাহত আছে পৌৰসভাৰ চাফাই কৰ্মচাৰীৰ কৰ্মবিৰতিৰে প্ৰতিবাদ
তিনিচুকীয়া: গটং গাঁও পঞ্চায়ত আৰু গুইজান গাঁও পঞ্চায়তত  ৰোগীসকলৰ মাজত চেক বিতৰণ বিধায়ক সঞ্জয় কিষানৰ
তিনিচুকীয়া: গুকান পুখুৰী চাহ বাগিচাৰ মিঞা পট্টিত গোধন হত্যাৰ অভিযোগ, এজন যুৱকক আটক
তিনিচুকীয়া: মাৰ্ঘেৰিটাত প্ৰশাসনৰ অবৈধ গেছ বিৰোধী বৃহৎ অভিযান ,চিলিন্ডাৰ জব্দ
তিনিচুকীয়া: ধলা দলঙৰ সমীপত আৰক্ষীৰ অভিযান
যুৱক সহ ২.৭৮ গ্ৰাম ড্ৰাগছ, চিৰিঞ্জসহ জব্দ টাটা মেজিক
তিনিচুকীয়া: জিলা খাদ্য, ৰাজহুৱা বিতৰণ বিভাগৰ টিংৰাই সমবায় সমিতিৰ কাৰ্যালয়ত সুলভ মূল্যৰ দোকানী সকলক লৈ সজাগতা সভা
তিনিচুকীয়া: সেৱা সেতু অভিযান'ৰ সন্দৰ্ভত
খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক সমন্বয় বৈঠক অনুষ্ঠিত
তিনিচুকীয়া: থানা চাৰিআলিত
 বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ
তিনিচুকীয়া: সদৰত পৌৰসভাৰ চাফাই কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি
তিনিচুকীয়া: সদৰত যুৱক-যুৱতীৰ শাৰীৰিক প্ৰস্তুতিৰ 
Defence  নিযুক্তিৰ বাবে প্ৰশিক্ষণ শিবিৰ উদ্বোধন বিধায়ক সঞ্জয় কিষানৰ
তিনিচুকীয়া: মাকুমৰ ৰাজগড় আলি চাহ বাগিচাৰ নলাত অৰ্ধগলিত অৱস্থাত অচিনাক্ত ব্যক্তিৰ মৃতদেহকলৈ 
চাঞ্চল্য
তিনিচুকীয়া: মাকুম বাৰেকুৰিত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ অইল অৱৰোধ কাৰ্যসূচী